Investigative reporting with dedication.
দেৱালী নহয় দিল্লীত ! দিল্লীত ফটকা প্ৰস্তুত,মজুতকৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে

দেৱালী নহয় দিল্লীত ! পৰিবেশ মন্ত্ৰীয়ে জাৰি কৰিছে নিষেধাজ্ঞা ২০২৩ চনলৈকে ফটকা ফুটাব নোৱাৰিব দিল্লীত দিল্লীত ফটকা প্ৰস্তুত,মজুতকৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে দিল্লীৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰী গোপাল ৰায়ে বুধবাৰে এই নিষেধাজ্ঞা জাৰিৰ কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ…










