Investigative reporting with dedication.
কেৱল জয়মালা নহয় , অসমৰ পৰা বহি:ৰাজ্যলৈ লৈ যোৱা হ’ল ২৫৯ টা হাতী ৷

Investigative reporting with dedication.





বিজেপিৰ জাল ফালি ওলাল কেজৰিৱাল আপৰ চক্ৰবেহত সোমাল নেকি বিজেপি ? ভয়াবহ অৰ্থসংকটত জুৰুলা দেশবাসী

ছোনিয়া গান্ধী অসুস্থ , ৰাহুল গান্ধী অনিচ্ছুক , প্ৰিয়ংকা গান্ধী অনভিজ্ঞ- কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ? আঢ়ৈ দশকৰ পাছত গান্ধী পৰিয়ালে এৰিব নেতৃত্ব ৷ কিন্তু কোনে দুৰ্দিনত কংগ্ৰেছক দেখুৱাব বাট ? চাওক দ্য ক্ৰছকাৰেন্ট টেকত –

গুৱাহাটীৰ পৰা বিনিয়োগ হ’ব নেকি বিধায়ক কিনাৰ ধন?

সৰ্বশিক্ষা অভিযানে ৫ বছৰত ব্যয় কৰিলে ৫৭৩১ কৌটি ৷ শিক্ষকৰ প্ৰশিক্ষণৰ নামত ৫ বছৰত ব্যয় কেৱল ৪২ কৌটি ৷ শিক্ষকৰ প্ৰশিক্ষণত দিল্লী চৰকাৰৰ এবছৰৰ ব্যয় ৪৩ কৌটি ? মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন- দৰমহা বাদ দি শিক্ষাৰ নামত আৰু কি কৰিলে অসম চৰকাৰে…

ছবছৰীয়া দুটি শিশু জীৱন্তে অগ্নিদগ্ধ হল ৷ ৫ জনকৈ ব্যক্তি গাড়ীৰ ভিতৰতেই ভস্মীভূত হল৷ শত্ৰু ৰাষ্ট্ৰৰ এটা মাত্ৰ আক্ৰমণতেই মৃত্যু হল ২৫ জন লোকৰ৷ঘূনীয়া হ’ল ৫০ ৰো অধিক লোক৷অথচ,সেই দিনটো আছিল তেওলোকৰ বাবে স্বাধীনতা দিৱস৷দেশ দুনীয়াত সৱিশেষ-

পেগাচাছৰ তদন্তত সহযোগিতা কৰা নাছিল কিয় মোদী চৰকাৰে? তদন্তকাৰী সংস্থাৰ প্ৰতিবেদন সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য উচ্চতম ন্যায়ালয়ৰ৷ পৰীক্ষা কৰা ২৯ টা ফোনৰ ৫ টাতেই ‘মেলৱেৰ’ৰ উপস্থিতি৷ সঁচাকৈ ভাৰত চৰকাৰৰ বিৰোধী,সমালোচক-সাংবাদিকক নিৰীক্ষণৰ বাবে ইজৰাইলৰ পৰা ক্ৰয় কৰিছিল নেকি পেগাচাছ৷ সৱিশেষ দ্য ক্ৰছকাৰেন্ট…