Reporting on
বিহাৰৰ বিদ্ৰোহেই মোদীৰ পতনৰ কাৰণ হ’ব নেকি ?

ইতিহাসৰ আশ্চৰ্যকৰ পুণৰাবৃত্তি ৷ ১৯৭১ ত ৩৫২ খন আসন পোৱা ইন্দিৰা গান্ধীৰ পতন ঘটাইছিল বিহাৰৰ বিদ্ৰোহে ৷ ২০১৯ ত ৩৫৩ খন আসন জয় কৰা নৰেন্দ্ৰ মোদীৰো পতনৰ কাৰণ হ’ব নেকি বিহাৰৰ বিদ্ৰোহ? আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক…








