The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ত্ৰিৰংগা বিহীন গান্ধীমণ্ডপ

আজাদী কা অমৃত মহোৎসৱৰ প্ৰাকক্ষণত জাতীয় পতাকাবিহীন গান্ধীমণ্ডপ। জাতীয় পতাকা নাই, উকা হৈয়েই থিয় হৈ ৰৈছে পতাকা দণ্ড। গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত ২০১৮বৰ্ষৰ ২ অক্টোবৰত প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে তৈয়াৰ কৰি উলিওৱা হৈছিল গান্ধীমণ্ডপৰ জাতীয় পতাকা। সেই…

প্ৰখ্যাত নৃত্যশিল্পী গৰিমা হাজৰিকাৰ দেহাৱসান।

প্ৰখ্যাত নৃত্যশিল্পী গৰিমা হাজৰিকাৰ দেহাৱসান। অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ডাঙৰ ক্ষতি। মিতালী সংঘৰ উদ্যোগত আৰু তেখেতৰ পৰিচালনাত ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা কেইখনমান অপূৰ্ব শিশুনৃত্যনাটিকাৰ অনুষ্ঠান আজিও মনত পৰে। ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ দেহাৱসান  ৮৪ বছৰ বয়সত…

পুনৰ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী বিষয়া

পুনৰ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী বিষয়া। চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈক ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ। সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চৰকাৰী বিষয়া অমৃত গগৈক। চাকৰিৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ অভিযুক্তই গগৈৰ বিৰুদ্ধে।

উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ এজন

উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ এজন চৰাইদেউৰ সাপেখাটী ৰাজহ চক্ৰৰ লাটমণ্ডল হৰি প্ৰসাদ দাসক গ্ৰেপ্তাৰ। ৫,০০০টকা উৎকোচ লওঁতেই হাতেলোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ।  

১৩ সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল,মেলব’ৰ্ণৰ BEST INDIE FILM লৈ মনোনীত অসমৰ মিচিং ভাষাৰ চলচ্চিত্ৰ ‘বোম্বা ৰাইড’।

১৩ সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল,মেলব’ৰ্ণৰ BEST INDIE FILM লৈ মনোনীত অসমৰ মিচিং ভাষাৰ চলচ্চিত্ৰ ‘বোম্বা ৰাইড’। বিগত কাঁন চলচ্চিত্ৰ মহোৎসৱটো প্ৰদৰ্শিত হৈছিল ছবিখন।

অসমৰ চিনেমা জগতলৈ আন এক সুখবৰ

অসমৰ চিনেমা জগতলৈ আন এক সুখবৰ 𝐓𝐨𝐫𝐨𝐧𝐭𝐨 𝐈𝐧𝐭𝐞𝐫𝐧𝐚𝐭𝐢𝐨𝐧𝐚𝐥 𝐅𝐢𝐥𝐦 𝐅𝐞𝐬𝐭𝐢𝐯𝐚𝐥লৈ ৰীমা দাসৰ নতুন চিনেমা TIFF22ত ৱৰ্ল্ড প্ৰিমিয়াৰ হ’ব ৰীমা দাসৰ নতুন ছবি 𝐓𝐨𝐫𝐚’𝐬 𝐇𝐮𝐬𝐛𝐚𝐧𝐝

গণিত আৰু বিজ্ঞান বিষয়ত দ্বিভাষী পাঠ্যক্ৰম প্ৰস্তুত কৰাকে ধৰি কেইবাটাও দাবীত চচলত ৰাইজৰ দলৰ অৱস্থান ধৰ্মঘট।

গণিত আৰু বিজ্ঞান বিষয়ত দ্বিভাষী পাঠ্যক্ৰম প্ৰস্তুত কৰাকে ধৰি কেইবাটাও দাবীত চচলত ৰাইজৰ দলৰ অৱস্থান ধৰ্মঘট।

ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি

মৰিগাঁৱৰ বাবে এক সুখবৰ ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি। আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি ভাৰতীয় ডাক টিকটত স্থান লাভ কৰে। ১৯৩৮ চনতে স্থাপন হোৱা বঘৰা ৰাজ্যিক চিকিৎসালয়খনে…

২০২২ বৰ্ষৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব যোৰহাটত

*২০২২ বৰ্ষৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব যোৰহাটত। *২-১১ডিচেম্বৰৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা।

মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী বিহ গছৰ গুটি।উচ্চতম ন্যায়ালয়ত শিৱ সেনাৰ থাক্কৰে গোটৰ অভিযোগ।

মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী বিহ গছৰ গুটি।উচ্চতম ন্যায়ালয়ত শিৱ সেনাৰ থাক্কৰে গোটৰ অভিযোগ। শিৱ সেনাৰ নেতৃত্বত কোন থাকিব ঠিৰাং কৰিবলৈ ৮ আগষ্টৰ ভিতৰত প্ৰামাণিক তথ্য দাখিলৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ।