Investigative reporting with dedication.

প্ৰখ্যাত নৃত্যশিল্পী গৰিমা হাজৰিকাৰ দেহাৱসান।
অসমৰ সাংস্কৃতিক জগতৰ বাবে এক ডাঙৰ ক্ষতি।
মিতালী সংঘৰ উদ্যোগত আৰু তেখেতৰ পৰিচালনাত
ৰবীন্দ্ৰ ভৱনত আয়োজন কৰা কেইখনমান অপূৰ্ব শিশুনৃত্যনাটিকাৰ অনুষ্ঠান আজিও মনত পৰে।
ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ দেহাৱসান ৮৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে
হাজৰিকাই ৰচনা কৰিছিল কেইবাখনো নৃত্য-নাটিকা ।
গৰিমা হাজৰিকাৰ ‘চেতনা’ নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছিল বিশেষ সমাদৰ।




