The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

স্বাস্থ্য বিভাগে স্বাস্থ্য কাঢ়িলে এটা পৰিয়ালৰ

লখিমপুৰৰ এটা পৰিয়ালৰ এবিঘা মাটিৰ ধান খালে স্বাস্থ্য বিভাগে। বিগত কেইবাটাও বছৰ ধৰি পৰিয়ালটোৰ ধান খাই আহিছে লখিমপুৰৰ স্বাস্থ্য বিভাগে। বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৫ নং মেৰবিলৰ মলিন মৰাঙৰ পৰিয়ালে এবিঘা মাটিৰ ধান লাভৰ পৰা বঞ্চিত কেইবা বছৰ ধৰি। লখিমপুৰ…

আটাৰ নামত বৃহৎ কেলেংকাৰী নগাঁৱত

কচুৱাৰ জুৰিপাৰত আৰ টি আই কৰ্মীৰ সংবাদমেল ।নগাঁও জিলাৰ যোগান বিভাগৰ বিৰুদ্ধে বৃহৎ আটা কেলেংকাৰী হোৱাৰ অভিযোগ।নগাঁও যোগান বিভাগৰ অধীনস্থ কচুৱাৰ মাধৱপুৰ সমবায়ত এই কেলেংকাৰীৰ অভিযোগ।নগাঁও জিলাৰ যোগান বিভাগৰ অধীনস্থ কচুৱাৰ মাধৱপুৰ সমবায়ত ২০২১-২২ বৰ্ষত বৃহৎ আটা কেলেংকাৰী হোৱাৰ অভিযোগ…

নগা শান্তি চুক্তিত স্থবিৰতা কিয়?

নাগালেণ্ডৰ নেশ্যনেল চ’ছিয়েলিষ্ট কাউঞ্চিল অব নাগালেণ্ডৰ ইছাক-মুইভা গোটে ১৯৯৭ চনতে কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি আলোচনা প্ৰক্ৰিয়াত অংশ লৈছিল।কিন্তু ২৫ বছৰ পাৰ হোৱাৰ পিছতো আলোচনা প্ৰক্ৰিয়াটো গেঠেলা মাৰি আছে। প্ৰথম অৱস্থাত এই আলোচনাৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে শান্তি ঘূৰি আহিব বুলি…

ছানিয়া -ছোৱেইবৰ সম্পৰ্কত ফাঁট

কেৱল প্ৰেমৰ বাবেই নিজ দেশৰ শত্ৰুকো আকোঁৱালি লৈছিল টেনিছ তাৰকা তথা সুন্দৰী ছানিয়া মিৰ্জাই।সেই ছানিয়াকেই এতিয়া নিজৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াব খুজিছে পাকিস্তানী ক্ৰিকেটাৰ তথা ছানিয়াৰ স্বামী ছোৱেইব আখতাৰে।পাকিস্তানী সংবাদপত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি ছানিয়া আজিকালি ডুবাই অথবা ভাৰতত থাকে…

কিমান ধনী তিৰুপতি মন্দিৰ?

ধনে-সোণে জয়জয়ময়ময় তিৰুপতি ।আপুনি কল্পনা কৰিব নোৱাৰা ধন-সোণৰ গৰাকী এই মন্দিৰ। ১০ টনতকৈ বেছি সোণ আছে মন্দিৰটোত।প্ৰায় ১৬ হাজাৰ কোটি নগদ ধন আছে তিৰুপতিত। তিৰুমালা তিৰুপতি দেৱস্থানম সমিতিয়ে মন্দিৰৰ সম্পত্তি সম্পৰ্কত শনিবাৰে শ্বেতপত্ৰ প্ৰকাশ কৰিছে।এই শ্বেতপত্ৰত তিৰুমালা তিৰুপতি দেৱস্থানমে ইয়াৰ…

তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

বিজেপিয়ে বিৰোধী বিধায়কক ক্ৰয় কৰি গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ সততেই উত্থাপিত হয়। কিন্তু এইবাৰ বিজেপিয়ে এই অভিযোগ তুলিছে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিৰুদ্ধে। তেলেংগানা বিজেপিৰ সভাপতি এটেলা ৰাজেন্দৰে এই অভিযোগ তুলিছে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিৰুদ্ধে। “মুখ্যমন্ত্ৰী KCR এ বিৰোধীক নিঃশেষ কৰাৰ…

বিজেপি ত্যাগ প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠৰ

বিজেপিত পদত্যাগৰ ধুম। ইজনৰ পিছত সিজন নেতাই Bye bye দিছে বিজেপিক।এইবাৰ বিজেপি এৰিলে প্ৰাক্তন মন্ত্ৰীয়ে। যিমানেই বিধানসভাৰ নিৰ্বাচনৰ দিন ওচৰ চাপিছে সিমানেই যেন বিজেপিক বিপদে হেঁচা মাৰি ধৰিছে।এফালে যদি প্ৰধানমন্ত্ৰীয়ে বাঃ বাঃ ল’বলৈ আৰম্ভ কৰা এক্সপ্ৰেছ ভাঙিছে গৰুৰ খুন্দাত আনফালে…

বিশ্বনাথত ৰাসৰ ৰূপালী জয়ন্তী

আজিৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিশ্বনাথৰ উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ। ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচী হিচাপে তোৰণ উদ্বোধন কৰে প্ৰতিষ্ঠাপক সমিতিৰ সভাপতি আৰু সম্পাদকদ্বয়ে।তাৰ পিছতে বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰেলগেটস্থিত…

বিজেপিৰ বিধায়কৰ বিধায়ক পদ খাৰিজ

সংঘৰ্ষত উচতনি দিয়াৰ অপৰাধত বিধায়ক পদ খাৰিজ এগৰাকী বিধায়কৰ । কোন এইগৰাকী বিধায়ক? উত্তৰ প্ৰদেশৰ বিধায়ক জনৰ নাম বিক্ৰম ছৈনী। মুজাফৰনগৰ জিলাৰ কৱাল গাঁৱত গৌৰৱ আৰু শচীনৰ হত্যাৰ পিছত ২০১৩ চনৰ ২৭ আগষ্টত আৰক্ষীয়ে বিজেপিৰ বিধায়ক বিক্ৰম ছৈনীকে ধৰি মুঠ…

সফলতাই যেন এইসকলৰ পিছতহে দৌৰে …

শুনি হয়তো আপুনি আচৰিত হৈছে। কিন্তু আপুনি জানেনে— আপোনাৰ-মোৰ প্ৰিয় ক্ৰিকেটাৰগৰাকী এগৰাকী কোটিপতি ব্যৱসায়ী ।এইগৰাকী ক্ৰিকেটাৰে ব্যৱসায়ত বিনিয়োগ কৰে কোটি কোটি টকা । কোন খেলুৱৈয়ে ক’ত কিমান টকা বিনিয়োগ কৰে আপুনি জানেনে? ভদ্রলোকৰ খেল বুলি কোৱা হয় ক্ৰিকেটক. সেই ভদ্রলোকৰ…