The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

মাজুলী : দ্যা শ্ব’ মাষ্ট গ’ অন …

প্ৰেমৰ ৰসত বুৰ গল সত্ৰ নগৰী মাজুলী। ময়াময় হৈ পৰিল ৰাস পূৰ্ণিমাৰ বিতোপন নিশা। ৰাস পূৰ্ণিমাৰ প্ৰথম নিশা ময়াময় পৰিবেশত বুৰ গ’ল সমগ্ৰ মাজুলী। ৰাসৰ গীতৰ মধুৰ মূৰ্চনা, খোল তাল বাঁহীৰ মাতত গকুল বৃন্দাবনৰ দৰে সজীৱ হৈ পৰিল বিশ্বৰ বৃহত্তম…

ধুবুৰীলৈ ‘নাযায়’ ৰকিবুল হুছেইন !

নগাঁৱত জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে অলপতে এক সংবাদমেল সম্বোধন কৰে। ‘ভাৰত জোড়ো যাত্ৰা’ সন্দৰ্ভত নগাঁৱৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ। সংবাদমেলত ৰকিবুল হুছেইনক সংগ দিলে বিধায়ক নুৰুল হুদা,বিধায়িকা শিৱামণি বৰাই। অসমত চলি থকা ‘ভাৰত জোড়ো যাত্ৰা-অসম’…

আৰম্ভ হ’ল হৰিমন্দিৰৰ ৰাস

উদ্বোধন হ’ল ৮৯ সংখ্যক নলবাৰী ৰাস মহোৎসৱ।বিশাল সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰিলে সকলোকে।প্ৰথম দিনাই হাজাৰ হাজাৰ ভক্তৰ আগমণেৰে পবিত্ৰ হৰি মন্দিৰৰ বাকৰিত বিৰাজ কৰিলে উথপথপ পৰিৱেশ।কৃষ্ণ ভকতিৰ বিলীন নলবৰীয়া ৰাইজ। শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।…

ৰাম নাম ‘অসত্য’ হ্যে !

ৰামৰ নামেই ২৪ ‘ ৰ মূল অস্ত্ৰ বিজেপিৰ । ৰামতেই আৰম্ভ কৰি ৰামতেই শেষ কৰিব নিৰ্বাচনী প্ৰচাৰ। ৰামৰ নামেই সাৰ হ’ব প্ৰধানমন্ত্ৰী মোডীৰ। ৰামৰ নামৰ লগত সাঙোৰ খাইছে অসত্য কথা। হয়,ৰাম নাম সত্য হয় বুলি দি অহা ধ্বনি যেন মোডী…

ন্যায়াধীশ হিচাপে বিতৰ্কিত নেকি ন্যায়াধীশ চন্দ্ৰচূড়?

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৮ নবেম্বৰত দেশৰ ৫০ তম মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব। ন্যায়াধীশ চন্দ্ৰচূড়ৰ নামটো প্ৰস্তাৱ কৰে বৰ্তমানৰ ন্যায়াধীশ উদয় উমেশ ললিতে । বিগত ১১অক্টোবৰত নতুনকৈ নিযুক্তি পাবলগীয়া ন্যায়াধীশ গৰাকীৰ নাম প্ৰস্তাৱ কৰে বিদায়ী মুখ্য ন্যায়াধীশ উদয় উমেশ…

দা লৈহে শিক্ষকে চম্ভালিবলগীয়া হৈছে বিদ্যালয়?

ৰাজ্যৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অদ্ভূত ঘটনা। দা লৈ বিদ্যালয়ত ঘূৰি ফুৰা এগৰাকী শিক্ষকক নিলম্বিত কৰিছে শিক্ষা বিভাগে। এই ঘটনা সংঘটিত হৈছে শিলচৰ জিলাত। জিলাখনৰ ৰাধামাধৱ বুনিয়াদী বিদ্যালয়ত কৰ্মৰত শিক্ষক ধৃতিমেতা দাসক ইতিমধ্যে এই কাৰ্যৰ বাবে নিলম্বিত কৰিছে শিক্ষা…

বাম্পাৰ অফাৰ চৰকাৰৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰৰ বাম্পাৰ অফাৰ ।১০৫০ টকাৰ বিনিময়ত ১ টকা । ফ্ৰীতে পালে বোলে মাটিও খায় মানুহে। কিন্তু তাজমিনাই নাখালে ,ফ্ৰীতে পায়ো ঘূৰাই দিলে চৰকাৰক। কি ঘূৰাই দিলে তাজমিনাই? কোন এই তাজমিনা? ঘটনাৰ স্থান বঙাইগাঁৱৰ গান্ধী ময়দান । ঘটনাৰ নায়ক…

গ্ৰন্থ ওলাব কিন্তু কিনিব কেনেকৈ?

দাম বৃদ্ধিৰ পৰা বাদ পৰি ৰোৱা নাই কাগজো। কাগজৰো বাঢ়িছে জুইচাই দাম। কাগজৰ দামৰ প্ৰভাৱ পৰিছে কাগজৰ বিক্ৰেতা , গ্ৰাহক , গ্ৰন্থ প্ৰকাশক গোষ্ঠীসমূহৰ ওপৰত। এক ৰীম কাগজৰ দাম পূৰ্বতে আছিল ১০০০ টকা, এতিয়া সেই কাগজৰ ৰীম হৈছেগৈ ১৫০০ ৰ…

ড্ৰপ আউট’ ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনাৰ চেষ্টা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ

গোলাঘাট জিলাৰ নুমলীগড় চাহ বাগিচা অঞ্চল আৰু বিভিন্ন অঞ্চল সমূহৰ যিবোৰ ল’ৰা-ছোৱালীয়ে বিভিন্ন কাৰণৰ বাবে আধাতে বিদ্যালয় এৰিব লগা হৈছে তেওঁলোকক পুনৰ শিক্ষা দানৰ বাবে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।  বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়া আৰু শিক্ষা…

ঝুমুইৰৰ তালত মুখৰিত তিতাবৰৰ আকাশ বতাহ

চাহ শ্ৰমিক নেতা জলধৰ গোৱালা সোঁৱৰণত তিতাবৰত অনুষ্ঠিত হয় ঝুমুইৰ সন্মিলন।সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিতাবৰ শাখাৰ উদ্যোগত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ঝুমুইৰ সন্মিলন ।এই সন্মিলনত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ৪০টা ঝুমুইৰৰ দলে অংশ লয়।মোহনাটিঙ চৰিয়াপথাৰ খেলপথাৰত…