The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ঔষধ নিষিদ্ধ,ক্ষতিপূৰণ লাগে পতঞ্জলিক !

উত্তৰাখণ্ডৰ চৰকাৰে ৫ বিধ ঔষধ নিষিদ্ধ ঘোষণা কৰাৰ পিছত যোগগুৰু বাবা ৰামদেৱ বাৰুকৈয়ে ক্ষুণ্ণ হৈছে৷তেওঁৰ ঔষধ নিষিদ্ধ ঘোষণা কৰা সকলক ‘আয়ুৰ্বেদ বিৰোধী ড্ৰাগছ মাফিয়া’ বুলি সম্বোধন কৰিছে যোগগুৰুগৰাকীৰ মালিকানাধীন কোম্পানীটোৱে। কোম্পানীটোৱে ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁলোকে এতিয়ালৈকে তেনে কোনো…

কাৰ পাল্লা কিমান ভাৰী হিমাচলত?

শনিবাৰে হিমাচল প্ৰদেশত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। মুঠ ৬৮ খন আসনৰ বাবে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব। হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ বহুত আগৰে পৰাই বিজেপি দলে তাত বিভিন্ন সভা -সমিতি-শোভাযাত্ৰা আদি অনুষ্ঠিত কৰি দলটোৰ সপক্ষে নিৰ্বাচনী বতাহ বোৱাবলৈ…

নাইজেৰিয়াত নীৰৱে উচুপিছে ভাৰতীয় নাবিকে

ভাৰতৰ ১৬ গৰাকী নাবিক বন্দী হৈ আছে নাইজেৰিয়ান সেনাৰ হাতত। ৮৫ দিন ধৰি অবৈধভাৱে বন্দী হৈ থকা ১৬ গৰাকী ভাৰতীয় নাবিকৰ কাতৰ আহ্বান ভাৰত চৰকাৰলৈ। তেওঁলোকক শীঘ্ৰেই ভাৰত চৰকাৰে উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী দুৰ্ভগীয়া নাৱিক…

প্ৰশাসনৰ বিৰুদ্ধে তালফাল পল্টনবজাৰ

অসম চিকিৎসা মহাবিদ্যালয়ত One Way পথৰ ব্যৱস্থাৰ বিৰুদ্ধে ৰাইজে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । জিলা প্ৰশাসনে যাতায়তৰ বাবে ওৱান ওৱে ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত সেই পথেদি অহাযোৱা কৰা লোক সকল সমস্যাৰ সন্মুখীন হৈছে।সেয়ে এই ব্যৱস্থা শীঘ্ৰে বাতিলৰ দাবীত পল্টনবজাৰ চাৰিআলিত…

পুনৰ নিষিদ্ধ ৰামদেৱৰ ঔষধ

কিয় বন্ধ কৰা হল ৰামদেৱৰ পতঞ্জলিৰ ৫টাকৈ ঔষধ? ৰামদেৱৰ পতঞ্জলিৰ ৫টা ঔষধ বন্ধ কৰাৰ নিৰ্দেশ দিছে উত্তৰাখণ্ডত। দিব্যা ফাৰ্মাচীক এই ৫ বিধ ঔষধ প্ৰস্তুত বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে অনুজ্ঞাপত্ৰ নিৰ্দেশকাৰী সংস্থাই। উল্লেখযোগ্য যে পতঞ্জলিৰ ঔষধসমূহো এই ফাৰ্মাচীত তৈয়াৰ কৰা…

সংগীহীনতাই হ’ব নেকি থাকৰেৰ সংগী ?

জে’লৰ পৰা ওলায়েই সুৰ সলাইছে সাংসদ সঞ্জয় ৰাৱটে। একনাথ সিন্দে-দেৱেন্দ্ৰ ফাৰ্ণাভিছ চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাৱট ।উল্লেখ্য যে মোডী চৰকাৰৰ বিৰুদ্ধে পূৰ্বে সততে আক্ৰমণাত্মক আছিল সঞ্জয় ৰাৱট।জে’লৰ পৰা ওলায়েই মোডী-অমিত শ্বাহক সাক্ষাতৰ ইচ্ছা ব্যক্ত কৰিছে সাংসদগৰাকীয়ে।বিগত তিনিমাহ জে’লত থাকি…

বেমাৰৰ বাবে নহয়,বতৰৰ বাবে বন্ধ বিদ্যালয়

বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি কৰিছে দেশৰ কেইখনমান ৰাজ্যত। দেশৰ কেইবাখনো ৰাজ্যলৈ বতৰ বিজ্ঞান কেন্দ্ৰই এই সম্পৰ্কত জাৰি কৰিছে নিৰ্দেশনা । ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই কেইদিনত। দিল্লী, উত্তৰ প্ৰদেশৰ লগতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা…

ট্ৰেভেলাৰত উঠি গৰু চহৰলৈ যায়,আলিবাটৰ মানুহে গমকে নাপায়

নগাঁৱত চোৰাং গৰু সৰবৰাহকাৰীয়ে অৱলম্বন কৰিছে ন ন পন্থা । আৰক্ষীৰ চকুত ধূলি দিবলৈ ঘণ্টাই ঘণ্টাই সলনি কৰিছে কৌশল । নৈশ বাছ, বিলাসী জাইল’ বাহনৰ পাছত এইবাৰ ট্ৰেভেলাৰত সৰবৰাহ কৰিছে চোৰাং গৰু।নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুসহ ট্ৰেভেলাৰখন। যাত্ৰীবাহী…

শিক্ষাৰ্থীক নিয়ন্ত্ৰণ কৰাতো বাদেই,প্ৰধান শিক্ষককহে কৰিবলগীয়া হৈছে নিয়ন্ত্ৰণ

বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ বিদ্যালয়ত চৰম অচলাব্যৱস্থাৰ সৃষ্টি হৈছে।বিদ্যালয়ত উপস্থিত নাথাকে স্বয়ং প্ৰধান শিক্ষকেই। বুধবাৰৰ দিনটোত খণ্ডটোৰ দুৰ্গম এলেকাৰ একাংশ বিদ্যালয়ত প্ৰধান শিক্ষকৰ মইমতালিৰ প্ৰকৃত স্বৰূপ দেখা পোৱা গ’ল। শিক্ষা খণ্ডটোৰ কানিয়াজান নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যজ্ঞেশ্বৰ পাটিৰৰ…

ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ●উপায়ুক্ত ডা° চাদনেক সিঙৰ সংবাদমেল সম্বোধন

ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ●উপায়ুক্ত ডা° চাদনেক সিঙৰ সংবাদমেল সম্বোধন । ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে জিলাখনৰ উপায়ুক্ত ডা°…