Reporting on
ছেঃ এনেকৈয়ো মাৰেনে?

এজাক ল’ৰাই এজন ল’ৰাক মাৰিছে !মাৰিছে মানে গুৰীয়াইছে,লঠীয়াইছে,কোবাইছে মুঠতে একো নকৰিবলৈ থোৱা নাই।কিন্তু কিয়? কাৰণটো ? কাৰণটো জানিলে আচৰিত হ’ব আপুনি! গুৰুলাগুৰুলকৈ পিতন খোৱা ল’ৰা জনৰ নাম হিমাংক বাঞ্চাল ।ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদৰ ICFAI ফাউণ্ডেচন ফৰ হায়াৰ ইডুকেশ্যনত।তেওঁক আক্ৰমণ কৰা…









