The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

বেমাৰৰ বাবে নহয়,বতৰৰ বাবে বন্ধ বিদ্যালয়

বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি কৰিছে দেশৰ কেইখনমান ৰাজ্যত। দেশৰ কেইবাখনো ৰাজ্যলৈ বতৰ বিজ্ঞান কেন্দ্ৰই এই সম্পৰ্কত জাৰি কৰিছে নিৰ্দেশনা । ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই কেইদিনত। দিল্লী, উত্তৰ প্ৰদেশৰ লগতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা…

ট্ৰেভেলাৰত উঠি গৰু চহৰলৈ যায়,আলিবাটৰ মানুহে গমকে নাপায়

নগাঁৱত চোৰাং গৰু সৰবৰাহকাৰীয়ে অৱলম্বন কৰিছে ন ন পন্থা । আৰক্ষীৰ চকুত ধূলি দিবলৈ ঘণ্টাই ঘণ্টাই সলনি কৰিছে কৌশল । নৈশ বাছ, বিলাসী জাইল’ বাহনৰ পাছত এইবাৰ ট্ৰেভেলাৰত সৰবৰাহ কৰিছে চোৰাং গৰু।নগাঁৱৰ বৰঘাট আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰুসহ ট্ৰেভেলাৰখন। যাত্ৰীবাহী…

শিক্ষাৰ্থীক নিয়ন্ত্ৰণ কৰাতো বাদেই,প্ৰধান শিক্ষককহে কৰিবলগীয়া হৈছে নিয়ন্ত্ৰণ

বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ বিদ্যালয়ত চৰম অচলাব্যৱস্থাৰ সৃষ্টি হৈছে।বিদ্যালয়ত উপস্থিত নাথাকে স্বয়ং প্ৰধান শিক্ষকেই। বুধবাৰৰ দিনটোত খণ্ডটোৰ দুৰ্গম এলেকাৰ একাংশ বিদ্যালয়ত প্ৰধান শিক্ষকৰ মইমতালিৰ প্ৰকৃত স্বৰূপ দেখা পোৱা গ’ল। শিক্ষা খণ্ডটোৰ কানিয়াজান নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যজ্ঞেশ্বৰ পাটিৰৰ…

ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ●উপায়ুক্ত ডা° চাদনেক সিঙৰ সংবাদমেল সম্বোধন

ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ●উপায়ুক্ত ডা° চাদনেক সিঙৰ সংবাদমেল সম্বোধন । ওদালগুৰি জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে জিলাখনৰ উপায়ুক্ত ডা°…

কোকৰাঝাৰত ইউপিপিএল দলৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি তুংগত

কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত অহা ১১ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া ইউপিপিএল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবৱেশনখনক লৈ ইতিমধ্যে যাৱতীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । এই উপলক্ষে চন্দ্ৰপাৰাৰ জৌগালু পথাৰৰ প্ৰায় একহাজাৰ বিঘা বিশাল ভূমিত আটকধুনীয়াকৈ ৰভা, তোৰণ,দলীয়…

মাজবাটত ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰ সমাপ্তি

ওদালগুৰি জিলাৰ মাজবাটত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একাদশ সংখ্যক স্মৃতি দিৱস ৫ নৱেম্বৰ আৰু ৯ নৱেম্বৰ দুদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হয়। স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ৯ নৱেম্বৰত দিনৰ ১১-০০ বজাত বাৰ্ষিক সাধাৰণ সভা। দুপৰিয়া ১-০০ বজাত ড° ভূপেন হাজৰিকা…

নতুন পেঞ্চন আঁচনিৰ বিৰোধিতা আপৰ

দেশত প্ৰবৰ্তিত হৈ থকা নতুন পেঞ্চন আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমী পাৰ্টিয়ে। পুৰণা পেঞ্চন নীতি বাহাল ৰাখিবলৈ দাবী জনাইছে আম আদমী পাৰ্টিয়ে। কৰ্মচাৰী সকলৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰি সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক তিনিমাহৰ সময়সীমা বান্ধি দিছে আম আদমীয়ে। কেন্দ্ৰীয়…

চৰম বিত্তীয় সংকট নেকি ৰাজ্যত?

এবছৰত গণি গণি এক লাখ নিযুক্তিৰ কথা কোৱা চৰকাৰে ৰাজ্যত বিলুপ্তি ঘটাইছে আঠ হেজাৰ শিক্ষকৰ পদ । প্ৰাথমিক শিক্ষাৰ পৰা বিলুপ্ত কৰা হৈছে পদসমূহ । চৰকাৰৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ মাজতে বিষয়টোক লৈ…

গুৰুত্বই নিদিলে প্ৰধানমন্ত্ৰীৰ কথা !

কৃপাল পাৰমাৰক মনত আছে নে?সেই যে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত নুঠিবলৈ কোৱা বিজেপি নেতাজন… কি সিন্ধান্ত ল’লে পাৰমাৰে? উঠিলেনে নিৰ্বাচনত ? শুনিলে নে প্ৰধানমন্ত্ৰীৰ কথা?নাই,নুশুনিলে, পাৰমাৰে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব ।নিৰ্বাচনত উঠিব বুলি ভাবিছে যেতিয়া উঠিবই তেওঁ !প্ৰধানমন্ত্ৰীতো বাদেই,স্বয়ং ব্ৰহ্মাৰ কথাও নুশুনে বিসম্বাদীয়ে…

অ’ ৰাম আজি দৈৱকীৰ বিয়াহে…..

ৰাজ্য এতিয়া ভগৱান শ্ৰী কৃষ্ণৰ লীলাৰে সৌন্দৰ্যময় হৈ পৰিছে। শৰতৰ জ্যোৎস্না বিধৌত নিশা হৈ পৰিছে অধিক মায়াময় আৰু মধুময়। কিয়নো ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰী কৃষ্ণই শৰৎ কালৰ পূৰ্ণিমাৰ নিশা বৃন্দাবনত গোপীসকলৰ…