The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

নলাৰ পানীয়েই মূল কুন্দানলাত

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ! হাইলাকান্দিত।চৰকাৰে বিশুদ্ধ খোৱা পানীৰ বাবে কোটি কোটি টকা খৰচ কৰিছে ঠিকেই কিন্তু এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে হাইলাকান্দি জিলাৰ কুন্দানলা গাঁৱৰ এলেকাৰ কেইবা শতাধিক ৰাইজে । দীৰ্ঘ বছৰৰ এটুপি বিশুদ্ধ খোৱা পানীৰ…

গছ ভাল পোৱা যুৱককেইজন …

Save Tree Save Earth -এই উদ্দেশ্য লৈ চাইকেল চলাই ভাৰত ভ্রমণৰ উদ্দেশ্যে ওলোৱা তিনি যুৱক মাজবাটত আহি উপস্থিত হয়। উত্তৰ প্ৰদেশৰ যুৱক অজিত যাদৱে বাংগালোৰৰ পৰা ২০ দিনীয়াকৈ আৰম্ভ কৰা যাত্ৰাত ছত্তীশগড়ৰ যুৱক যোগেশ মাৰকাম আৰু পিছত বঙাইগাঁৱৰ পৰা দীপাংকৰ…

মানুহহে আছে বাংলাদেশত,সংখ্যালঘু নাই !

‘প্ৰতিগৰাকী ব্যক্তিয়েই বাংলাদেশৰ ভূমিপুত্ৰ।সংবিধান মতে সকলোৰে সমান অধিকাৰ বাংলাদেশত’-এনেদৰে মন্তব্য কৰে দেশখনৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী হাছান মাহমুদে।২৪ ঘণ্টাৰ কাৰ্যসূচী লৈ ভাৰত ভ্ৰমণলৈ অহা মাহমুদে সাংবাদিকক কয় “ আমি বিশ্বাস কৰোঁ যে আমাৰ দেশৰ ভূমিত কোনোৱেই সংখ্যালঘু নহয়। আমাৰ প্ৰধানমন্ত্ৰীয়ে…

১৭৫ বছৰত ভৰি দিলে নগাঁও মিছনে

ভাষাৰ কাণ্ডাৰী তথা আমেৰিকান ব্যাপ্তিষ্ট মিশ্যনেৰী মাইলছ ব্ৰনচনে ১৮৪৬ চনতে নগাঁও চহৰৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰা নগাঁও মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জল ১৭৫ বছৰত ভৰি দিলে। প্ৰথমাৱস্থাত অনাথ শিশুৰ শিক্ষানুষ্ঠান ৰূপে আত্মপ্ৰকাশ কৰা বিদ্যালয়খনে পৰৱৰ্তী সময়ত অসমৰ প্ৰথমখন নাৰী শিক্ষাৰ প্ৰতিষ্ঠান…

দেশৰ দুখত ‘সুখী’ হৈ জে’ল পালেগৈ অভিযন্তা

পুলৱামা আক্ৰমণ উদযাপন কৰি ৫ বছৰৰ জেল খাবলগীয়া হ’ল এজন অভিযান্ত্ৰিকৰ ছাত্ৰই ।২০১৯ চনত পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ওপৰত চলোৱা ভয়াবহ আক্ৰমণত মুঠ ৪০ জন সেনাই প্ৰাণ হেৰুওৱাৰ ঘটনাটোত সুখী বুলি সামাজিক মাধ্যমত আপডেট দি ৫ বছৰ জে’ল…

একে ঘাটৰে পানী খাইছে বন বিষয়া-ভূ মাফিয়াই

কিছুদিন ধৰি শিৱসাগৰৰ দিচাংমুখৰ অফলাৰ গৰাখহনীয়াৰ কাষতেই ভূ মাফিয়াই অবৈধভাৱে মাটি খান্দাৰ কথা জিলা বন বিষয়াক অৱগত কৰিছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল বিষয়া গৰাকীয়ে। এই অভিযোগ কৃষক মুক্তি তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।অবৈধ মাটি খননৰ বিষয়ে জিলা উপায়ুক্তক অৱগত…

ভিডিঅ’ ভাইৰেল কৰি নিবনুৱা হ’ল কৰ্মচাৰী

বিগত ১৩ অক্টোৱৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ আছে টি-২০ বিশ্বকাপ। দেওবাৰে অষ্ট্ৰেলিয়াৰ পাৰ্থ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত মেচ। উক্ত মেচৰ বাবে ভাৰতীয় খেলুৱৈ আছিল অষ্ট্ৰেলিয়াৰ ফাইভ ষ্টাৰ হোটেল ক্ৰাউন পাৰ্থত। হোটেল ক্ৰাউন পাৰ্থৰ কৰ্মচাৰী তথা বিৰাট…

ক্ৰেডিট কাৰ্ড আছে নেকি?তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে…

Google Play Store ত আপুনি যি কোনো app ডাউনলোড কৰে নেকি?যদি কৰে এতিয়াৰ পৰা সাৱধান হওক । কাৰণ প্ৰবঞ্চকে যি কোনো সময়তে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰা এপৰ জৰিয়তে উদং কৰিব পাৰে আপোনাৰ বেংকৰ একাউন্ট অথবা ক্ৰেডিট কাৰ্ডৰ সম্পূৰ্ণ টকা।…

‘নাৰী’,’জোতা’, ‘টী শ্বাৰ্ট’ আৰু ‘ভাৰত জোড়ো’

‘ভাৰত জোড়ো’ যাত্ৰা’ত কোন নাৰীৰ লগত ঘনিষ্ঠতা বাঢ়িল ৰাহুল গান্ধীৰ? কিমান দামী টী শ্বাৰ্ট পিন্ধিছে ৰাহুল গান্ধীয়ে?যাত্ৰাত ৰাহুল গান্ধীয়ে পিন্ধা জোতাৰ দাম কিমান? কি কন্টেইনাৰ ব্যৱহাৰ কৰিছে ৰাহুল গান্ধীয়ে? যাত্ৰাত ছানস্ক্ৰীন লগাইছে নে ৰাহুল গান্ধীয়ে? এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি হাহাঁকাৰ…

কি,তেজৰ গ্ৰুপো সলনি হয় ?

যিকোনো ব্যক্তিৰ শাৰীৰিক সমস্যা হ’লে চিকিৎসকে প্ৰথমে বিভিন্ন পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। সেই অনুসৰি বিভিন্ন লেবৰটৰীত পৰীক্ষা কৰি তাৰ পৰা পোৱা ৰিপৰ্টৰ ভিত্তিতে চলোৱা হয় চিকিৎসা।কিন্তু আপুনি -মই ভৰসা কৰা এই লেবৰটৰীবোৰে কিমান দায়বদ্ধতাৰে সেই পৰীক্ষাবোৰ সম্পন্ন কৰে? নগাঁৱৰ শৰ্মা…