The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ৰোলাৰ স্কেটিং চেম্পিয়নশ্বীপৰ সামৰণি

৫ নং সদৌ অসম ৰোলাৰ স্কেটিং চেম্পিয়নশ্বীপৰ দুদিনীয়া প্ৰতিযোগিতা সফলতাৰে অন্ত পৰে।২৯ আৰু ৩০ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত ১৬ জিলাৰ পৰা ডেৰ শতাধিক স্কেটাৰে অংশ গ্ৰহণ কৰা চেম্পিয়নশ্বিপত বিভিন্ন শাখাত সৰ্বমুঠ ৮৪ টা ৰেচ অনুষ্ঠিত হয় আৰু ৭৪ টা শিতানত…

‘সদিচ্ছা দিৱস’ত মলয়া গোস্বামী,গোবিন বৰদলৈ,ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা

‘সচেতনতা,সুৰক্ষা আৰু সজীৱ জীৱনৰ দিশে এখোজ ‘ মূলমন্ত্ৰৰে সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰি অহা অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ৰ তৃতীয় বৰ্ষপূৰ্তি “সদিচ্ছা দিৱস” ৰূপে দেওবাৰে গুৱাহাটীৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় । এই উপলক্ষে প্ৰকাশ কৰি উলিওৱা…

সৰ্বানন্দ সোণোৱালকেই গুৰুত্ব নিদিলে,ৰাজনৈতিক দলে !

সোণোৱাল কছাৰীসকলৰ ৰাজনৈতিক অধিকাৰ বিচাৰি ডিব্ৰুগড় জিলাৰ টিংখাং বৰডুপ শল’গুৰিত মিলিত হয় টিংখাং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক সোণোৱাল কছাৰী লোক । অংশগ্ৰহণ কৰে সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী, জনগোষ্ঠীয় সংগঠনৰ কৰ্মী আৰু সোণোৱাল কছাৰী জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিয়ে ।…

মোডীজী,এয়া ‘Act of God নে Act of Fraud ?

গুজৰাটত বিধিনসভা নিৰ্বাচন সমাগত । বিৰোধী দল আপৰ নিৰ্বাচনী প্ৰচাৰত জ্বলাকলা খাইছে শাসক দল বিজেপিয়ে।ইফালে বিগত ২৭ বছৰত উন্নয়নৰ ফটাঢোল শুনি ভাগৰি পৰিছে গুজৰাটী লোক ।প্ৰতিষ্ঠানবিৰোধী ঢৌৱেও দলটোক কৰিছে একপ্ৰকাৰ নগুৰনাগতি ।প্ৰায় একে সময়তে কেবিনেটৰ কাৰ্যকাল অন্ত পৰিব যদিও হিমাচল…

কিয় ভাঙিল গুজৰাটৰ দলংখন?

আহমেদাবাদ নিবাসী বিজয় গোস্বামী তেওঁৰ পৰিয়ালক লৈ দেওবাৰে গৈছিল ম’ৰবী দলঙলৈ।সেয়া আছিল দুপৰীয়াৰ কথা।দলংখনৰ মাজলৈকে গৈ তেওঁ তেওঁৰ পৰিয়ালক লৈ উভতি আহিছিল।কাৰণ তেওঁলোক যেতিয়া দলঙৰ মাজ পাইছিলগৈ সেই সময়তে কিছু যুৱকে ওলমা দলংখন জোকাৰি দিছিল।ভয়ত বিতত পৰিয়ালটো তাৰ পৰা আধাতেই…

অনন্য কৃতিত্ব শিৱসাগৰৰ অনন্যাৰ

ৰাষ্ট্ৰীয় একতা দিৱসত দিল্লীৰ সংসদ ভৱনত বক্তৃতা প্ৰদানৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ অনন্যা দত্ত।সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত হোৱা মুঠ ৮ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত অসমৰ পৰা একমাত্ৰ অনন্যা দত্তই নিৰ্বাচিত হৈছে।শিৱসাগৰৰ ঢুলীয়াপাৰৰ নিবাসী দিলীপ দত্ত আৰু নৱনীতা বৰা দত্তৰ কন্যা…

নগাঁৱৰ জাগৃতিত টিঘিলঘিলনি চোৰৰ

নগাঁও চহৰৰ মাজমজিয়াৰ খীষ্টিয়ানপট্টিৰ জাগৃতি হোণ্ডাত নিশা সংঘটিত হয় এক চুৰি কাণ্ড। নিশা ডীলাৰটোত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অচিনাক্ত দুৰ্বৃত্তই তলা ভাঙি ভিতৰত প্ৰবেশ কৰি লুটপাত চলায়। দুৰ্বৃত্তৰ দলটোৱে ডীলাৰৰ কেছ বক্স ভাঙি জমা থকা ১২ লাখ ৬৬ হাজাৰ…

বন্ধন বেংকত বন্ধ অসমীয়া ভাষা !

অসমীয়া ভাষা নচলিব, বন্ধন বেংকৰ নতুন নিয়ম। অসমতে সংকটত পৰিছে মাতৃভাষা অসমীয়া। অসমত ব্যৱসায় কৰি থকা বন্ধন বেংকত গ্ৰহণ নকৰে অসমীয়া ভাষাৰ নথি পত্ৰ। আইৰ মুখৰ মাতষাৰৰ ওপৰত সৰ্বত্ৰে চলিছে ভয়ংকৰ আক্ৰমণ। বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে মেৰাপানীত।অসমীয়াত লিখা নথি…

লীজ ট্ৰাছৰ ফোন হেক কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে !

লীজ ট্ৰাছৰ ফোন হেক। বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ফোন হেক কৰা মানুহজন বিশ্বৰ অন্যতম শক্তিশালী নেতা।হয়,তেওঁ আন কোনো নহয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৰিলে হেক ।পুটিনৰ গোপন এজেণ্টে বৃটেইনৰ বৈদেশিক মন্ত্ৰী হৈ থকা সময়ত ট্ৰাছৰ ফোন হেক কৰিছিল। এই তথ্য প্ৰকাশ কৰিছে…

ছেমখৰ চিনেমাৰ বিৰুদ্ধে গুৱাহাটীত ডিমাছা জনজাতিৰ অভিৱৰ্তন

আজি অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত, ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্য্যকৰী সমিতিয়ে ছেমখৰ চিনেমা খনৰ বিৰুদ্ধে এখনি অভিৱৰ্তন আয়োজিত কৰে। উক্ত সভাখন সভাপতিত্ব কৰে বিশিষ্ট ডিমাচা শিল্পী পদ্মা বাঠাৰিয়ে আৰু আঁত ধৰে যুৱ নেতা প্ৰনব দলেই। ছেমখৰ চিনেমা…