Investigative reporting with dedication.
বিসম্বাদৰ বাবেই মুখথেকেঁচা খাব বিজেপিয়ে?

উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত হিমাচল প্ৰদেশক লৈ যথেষ্ট আশাবাদী বিজেপি৷ কিন্তু বিজেপিৰ আশাত চেঁচাপানী ঢালিছে কোনে? ‘অসফল’ বুলি টিকেট নিদিয়া প্ৰায়সংখ্যক প্ৰাক্তন বিজেপিয়েই প্ৰাৰ্থিত্ব আগবঢ়াইছে নিৰ্দলীয় হিচাপে৷ তদুপৰি বহুসংখ্যক বিজেপি গৈছে কংগ্ৰেছলৈ ! উল্লেখ্য যে বিজেপিৰ সভাপতি জে…










