সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৩৫ : অসমত আকৌ ১৪ জনৰ দেহত ক’ৰোনা

ভয়ংকৰ হাৰত অসমত বৃদ্ধি পাইছে ক'ৰোনাৰ সংক্ৰমণ ৷ আকৌ ১৪ জনকৈ লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰে ৭ জন কামৰূপৰ ,২ জন হোজাইৰ ,২ জন বিশ্বনাথৰ ,২ জন নলবাৰীৰ আৰু আনজন নগাৱৰ ৷ অসমত…

বিবাহিতা প্ৰেমিকাক সাক্ষাৎ: লকডাউনৰ জনক ফাৰগুছনে উলংঘা কৰিলে সামাজিক দূৰত্ব

লকডাউনৰ জনক , ব্ৰিটিছ অধ্যাপক নেইল ফাৰগুছনে নিজেই লকডাউন উলংঘা কৰি পদত্যগ কৰিবলগীয়া হ’ল৷ ব্ৰিটেইনৰ চৰকাৰৰ মুখ্য মহামাৰী বিষয়ক উপদেষ্টা এইগৰাকী অধ্যাপকৰ পৰামৰ্শমতেই যোৱা ১৬ মাৰ্চত দেশখনত ঘোষণা কৰা হৈছিল লকডাউন৷ তাৰ পিছৰে পৰা ইখনৰ পিছত সিখন…

ড’নাল্ড ট্ৰাম্পে কিয় সেৱন কৰিছে মেলেৰিয়াৰ দৰৱ?

সমগ্ৰ বিশ্ব ক’ৰোনা মহামাৰীৰ আতংকত ত্ৰস্তমান ৷ কিন্তু অৰ্থব্যৱস্থা চলাই নিবলৈ পুনৰ দৈনন্দিন জীৱনযাত্ৰা আৰম্ভ কৰাৰ সময় আহি পৰিছে৷ বিশ্বৰ সকলো দেশেই পৰ্যায়ক্ৰমে লকডাউন খুলিবলৈ আৰম্ভ কৰিছে৷ শংকাৰ মাজতে কামকাজ আৰম্ভ কৰিলেও সকলোৱে আশাৰে এটা…

নিয়া আৰু কেতবোৰ প্ৰশ্ন

নিয়াৰ সম্পৰ্কত এনেকৈ চালিজাৰি চাই থাকোতে আৰু কেইটামান বিশেষ তথ্য চকুত পৰিল৷ নিয়াৰ মষ্ট ৱান্টেড এখন তালিকা আছে৷ ‘ৱিকিপেডিয়া’ত প্ৰাপ্ত ৮৩ জনীয়া সেই তালিকাখন ভালদৰে মন কৰোতে দেখিলো তেওঁলোকৰ তালিকাত ইন্টাৰপলে  ৰেড কৰ্ণাৰ নটিছ জাৰি কৰা…

অসমত আৰু দুজন ক’ৰোনাত আক্ৰান্ত,মুঠ ১০৬

ৰাজ্যত পুনৰ দুজন ব্যক্তি ক'ৰোনাত আক্ৰান্ত।কাছাৰ জিলাত চিনাক্ত হৈছে দুই নতুন আক্ৰান্ত।সোমবাৰে দিনটোত মুঠ ছয়জন আক্ৰান্ত চিনাক্ত হৈছে অসমত।বৰ্তমান ৰাজ্যত ১০৬ জনলৈ বৃদ্ধি পালে ক'ৰোনা আক্ৰান্ত।টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ছপা মাধ্যমৰ সংকট

"সৌৰভ কুমাৰ চলিহাক এবাৰ সোধোতে কৈছিল, তেওঁ হেনো লিখে ছপা আখৰত নিজৰ নামটো দেখিবলৈ। এতিয়া হয়তো ছপাবলৈ বুলিয়েই লিখা-মেলা কৰা মানুহৰ সংখ্যা নোহোৱা হ’ব। এফালৰ পৰা এগাল মানুহৰ চাকৰি নোহোৱা হ’ব। আন ফালে নতুন নতুন চাকৰি ওলাব। এফালে মাৰে, এফালে…

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? WHO ৰ পৰা উত্তৰ লাগে ভাৰতক

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? ভাৰতেও এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ৷ আনহাতে , এই ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে -তাৰো নিৰপেক্ষ মূল্যায়ন বিচাৰিছে ভাৰতসহ বিশ্বৰ…

আহি আছে ঘূৰ্ণীবতাহ ‘আমফান’

ৰঙাচকু দেখুৱাই আহি আছে ‘আমফান’৷ জন্মৰ ২৪ ঘন্টাৰ ভিতৰতে বিধ্বংসী ৰূপ লৈছে আমফানে৷ আমফান এবিধ ঘূৰ্ণী বতাহৰ নাম ৷ জলবায়ু বিজ্ঞানী সকলৰ মতে সাগৰৰ জলপৃষ্ঠৰ উষ্ণতা ২৬.৫ডিগ্ৰী চেলচিয়াছতকৈ বেছি হ’লেই ঘূৰ্ণীবতাহ তৈয়াৰ হয়৷ এইবাৰ বংগোপসাগৰৰ জলপৃষ্ঠৰ…

ভাৰতত এদিনতে ৫০০০+: ক’ৰোনাই লৈছে কালৰূপ

ভাৰতত ক’ৰোনাৰ সংক্ৰমন দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ পৰিছে ৷ দেওবাৰৰ দিনটোত দেশত নতুনকৈ ৫২৪২ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ ইয়াকে লৈ ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৬,১৬৯ ৷ এদিনত হোৱা সংক্ৰমন এয়াই সৰ্বাধিক ৷ ইফালে ,যোৱা ২৪…