মহোদয়৷মোৰ বাবে কেৱল চাৰি মিনিট সময় নির্ধাৰণ কৰা হৈছে৷অথচ মোৰ হাতত হাতী মাৰি ভুৰুকাত ভৰোৱাৰ কোনো যাদুদণ্ড নাই৷পোনে পোনে কেৱল এটা তথ্য পৰীক্ষা কৰো আহক৷আজি অসম বাজেট সর্ন্দভত এনেকৈয়ে সদনত বক্তব্য আৰম্ভ কৰিলে বিধায়ক অখিল গগৈয়ে৷চাৰি মিনিটৰ বক্তব্যত আজি কি কি কথা অখিল গগৈয়ে সদনত উত্থাপন কৰিলে তাৰ সৱিশেষ লৈ এই প্ৰতিবেদন