সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৩৩ বছৰীয়া যুৱকক কোনে উপহাৰ দিলে ৰাজ্যসভাৰ সাংসদৰ পদ ?

৩৩ বছৰ বসয়ৰ এজন যুৱক ৷ বৃত্তিত আছিল এজন চাৰ্টাৰ্ড একাউন্টটেন্ট ৷ এসময়ত ৰাজনীতিত প্ৰৱেশ কৰে আৰু তেও আজি উপহাৰ হিচাপে লাভ কৰিছে ৰাজ্যসভাৰ সাংসদ পদ ৷ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে তেও হৈ পৰিব ৰাজ্যসভাৰ আটাইতকৈ কম বয়সীয়া সাংসদ ৷ এইগৰাকী উদীয়মান , সম্ভাৱনাপূৰ্ণ ৰাজনীতিকৰ কথাৰে চাওঁক এই বিশেষ প্ৰতিবেদন-

 

- Donation -

Leave A Reply

Your email address will not be published.