মাহ ডিচেম্বৰ 2022

হাৰিল অথচ সুখী কেজৰিৱাল কিন্তু কিয়?

৮ ডিচেম্বৰৰ দিনটোতেই গুজৰাটৰ পৰা আহিল বিজেপি লৈ ভাল খবৰ !খবৰো খবৰ,একেবাৰে কল্পনাতীত খবৰ !১৮২ খন আসনৰ ১৫৬ খনতেই জয়ী হ’ল বিজেপি  !অভাৱনীয়,অকল্পনীয়,অভূতপূৰ্ব,অবিশ্বাস্য এই ফলাফল !বিৰোধীক যেনেকৈ এই ফলাফলে স্তম্ভিত কৰিছে,তেনেকৈ স্তম্ভিত কৰিছে বিজেপিকো !একেলেথাৰিয়ে ২৭ বছৰ শাসনত থকাৰ পিছত…

মেনেজাৰক লগত ৰাখি পুনৰ বিতৰ্কত ৰ’ণাল্ডো

ব্যক্তিগত মেনেজাৰ ৰখাক লৈ বিতৰ্কত পৰ্টুগালৰ তাৰকা খেলুৱৈগৰাকী।কাটাৰ বিশ্বকাপ ফুটবলত ব্যক্তিগত মেনেজাৰ ৰাখিছে ৰ’নাল্ডোৱে।মেনেজাৰ ৰিকি ৰেগুফেকক লগত ৰখাক লৈ দলত অসন্তুষ্টি। মঙলবাৰে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ মেচখনত ৰ’নাল্ডোক প্ৰশিক্ষক ফাৰ্ণাণ্ডো ছাণ্টোচে প্ৰথম একাদশত স্থান নিদি ৭৩ মিনিটতহে মেচত অৱতীৰ্ণ কৰায়।ইয়াকে…

আটক হোৱা নাছিল গল্ডী ব্ৰাৰ !

পঞ্জাবৰ মুখ্যমন্ত্ৰী মিছলীয়া।পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মিছা মাতিছে।এই অভিযোগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদলৰ।আকালি দলৰ নেত্ৰী হৰচিমৰত কৌৰে বৰ্তমানৰ আপ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে পঞ্জাবত উন্নয়ন একেবাৰে স্তব্ধ হৈ পৰিছে ৷ৰাজ্যখনত ড্ৰাগছ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।হৰচিমৰতে…

কোন হ’ব হিমাচলৰ মুখ্যমন্ত্ৰী?

১৫৬ জন বিজেপি বিধায়কক লৈ গুজৰাটত নাই বিসম্বাদ,৪০ জনকলৈয়ে হাহাকাৰ হৈছে কংগ্ৰেছত।সংখ্যাৰে যিমানেই ধনী নহওক,কংগ্ৰেছৰ মুখ্যমন্ত্ৰীত্বক লৈ খোৱাকামোৰা সৰ্বজনবিদিত ।হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাছিল।এতিয়া নিৰ্বাচনত ৪০ খন আসন লাভ কৰাৰ পিছত কংগ্ৰেছ দলত…

মেডিয়াত গুৰুত্বহীন হিমাচলৰ ফলাফল

গোডী মেডিয়াত উজলিল গুজৰাটৰ ফলাফল।কিন্তু প্ৰথম পৃষ্ঠাত স্থান নাপালে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলে ।হিমাচল প্ৰদেশ কিয় নাহিল লাইমলাইটলৈ? মাত্ৰ এখন ৰাজ্যৰ নিৰ্বাচনত বিজয় নিচান উৰুৱাবলৈ সক্ষম হোৱা বিজেপিক লৈয়েই ব্যস্ত হৈ থাকিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যম। কিন্তু বাস্তৱৰ ছবিখনত প্ৰকৃততে বিজেপি…

বন মাফিয়াই ব্যৱহাৰ কৰে সেনাৰ বাহন

চিলাপথাৰৰ সমীপৰ ডিমৌত আৰক্ষীৰ জালত পৰিছে এখন বেতভৰ্তি সেনাবাহিনীৰ বাহন । চৰকাৰী নীতি-নিৰ্দেশনাক সম্পূৰ্ণ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ বন মাফিয়াই বিভিন্ন কৌশল প্ৰয়োগ কৰি নিতৌ ধবংস কৰিছে অসমৰ বন সম্পদ । বন বিভাগে জানিবলৈ দিয়া অনুসৰি কালি নিশাৰ ভাগত অৰুণাচল…

পুনৰ আত্মসমৰ্পণ ২ বিদ্ৰোহী সংগঠনৰ

শান্তিৰ পথত এইবাৰ আগুৱাই আহিছে বৰাকৰ উপত্যকাৰ দুটা ৰিয়াং বিদ্ৰোহী সংগঠন।দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত সক্ৰিয় দুই ৰিয়াং বিদ্ৰোহী সংগঠন BRU Liberation Army Union (BLAU) আৰু United Democratic Liberation Army (UDLA) এ অস্ত্ৰ এৰি এইবাৰ শান্তিৰ পথ বাচি…

গুজৰাট জয়ৰ আঁৰৰ ৭ টা কাৰণ

২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৯৯ খন আসন লাভ কৰিছিল গুজৰাটত ৷২০১৭ চনৰ নিৰ্বাচনতেই সবাতোকৈ কম আসন লাভ কৰিছিল দলটোৱে৷তেতিয়াই দলটোৱে লৈছিল শিক্ষা আৰু ২০২২ চনৰ বাবে আৰম্ভ কৰিছিল প্ৰস্তুতি৷নিৰ্বাচনৰ প্ৰায় এটা সপ্তাহ আগত গৃহমন্ত্ৰী অমিত শ্বাহে বুথ পৰ্যায়ৰ নেতাৰ…

বিশ্বকাপ ফুটবল — কোৱাৰ্টাৰ ফাইনেল

আজি ইউৰোপ বনাম দক্ষিণ অমেৰিকা !! নেইমাৰ বনাম ব্ৰজভিক, মেছি বনাম ভাৰ্জিল ভান ডিক ।। জিতেন গগৈ ।। বিশ্ৱ কাপ ফুটবলৰ আজিৰ দুয়োখন কোৱাৰ্টাৰ ফাইনেলত দেখা যাব ইউৰোপ আৰু দক্ষিণ আমেৰিকান দলৰ মাজৰ যুঁজ, য’ত ব্ৰাজিল ক্ৰৱেচিয়া আৰু আৰ্জেন্টিনা মুখামুখী…