মাহ ডিচেম্বৰ 2022

সমষ্টি সৰু , পাৰ্থক্যও কম

কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে হিমাচল প্ৰদেশত ।ৰাজ্যখনৰ মুঠ ৬৮ খন আসনৰ ভিতৰত কংগ্ৰেছ দলটোৱে ৪০ খন আসনতেই জয় লাভ কৰিলে ।ইয়াৰ বিপৰীতে বিজেপি দলে ২৫ খন আৰু অন্যান্যই ৩ খন আসন লাভ কৰিলে৷আপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও এখনো আসন…

ফ্লপ হ’ল গৃহমন্ত্ৰী অমিত শ্বাহৰ ঐতিহাসিক চুক্তি !

মেঘালয় উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে অসম -মেঘালয় ভূমি বিবাদ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ সিন্ধান্ত গ্ৰহণ কৰে।অসম -মেঘালয় সীমান্তৰ ১২টা বিবদমান অঞ্চলৰ ৬ টা অঞ্চলক লৈ মেঘালয় ন্যায়ালয়ে কোনো চুক্তি সম্পাদন কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।অহা ২৩ ফেব্ৰুৱাৰীলৈকে এই…

আপোচহীনতাৰ বাবে বঁটা ‘দ্য ক্ৰছ কাৰেণ্ট’ক

দ্য ক্ৰছ কাৰেণ্টলৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা।দুৰ্নীতি বিৰোধী যুব শক্তি নামৰ সংগঠনটোৱে প্ৰদান কৰে এই বঁটা ।দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন বাতৰি সম্প্ৰচাৰ কৰি থকাৰ বাবে দ্য কাৰেণ্টক প্ৰদান কৰা হয় এই বঁটা ।বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱসত…

বিদেশী হ’ল বিপুল বৰা !

খিলঞ্জীয়া চুতীয়া সম্পাদায়ৰ লোকক ডি ভোটাৰ সজাই জেললৈ প্ৰেৰণ কৰিছে চৰকাৰে।সপোনে দিঠকে বাংলাদেশী তথা বিদেশী দেখি থকা চৰকাৰে আজি পৰ্যন্ত কিমান জন ডি ভোটাৰক বহিস্কাৰ বা জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে আপুনি জানেনে ? নিশ্চয় নাজানে !কিন্তু আপুনি জানি আচৰিত…

আম্বানীৰ বাবেই বন্ধ হ’ব চিৰিয়াখানা?

পুনৰ বহিঃ ৰাজ্যলৈ ৰপ্তানি হ’ল গুৱাহাটী চিৰিয়াখানাৰ জীৱ-জন্তু । গুজৰাটৰ আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ ৰপ্তানি হৈছে অসমৰ চিৰিয়াখানাৰ বহু জীৱ-জন্তু। কিন্তু সেই ধৰণে জীৱ-জন্তু আমদানি হোৱা নাই অসমৰ চিৰিয়াখানালৈ। আমি পূৰ্বেও দেখুৱাইছিলো যে কিদৰে নিশা বিমানেৰে ৰপ্তানি কৰা হৈছিল গুৱাহাটী চিৰিয়াখানাৰ…

ঐ ৰাম দীপাংক নাথৰ বিয়াহে…

আছু ত্যাগ সভাপতিৰ ব্যক্তিগত কাৰণত আছু ত্যাগৰ সিন্ধান্ত দীপাংক নাথৰ কিন্তু হঠাৎ কিয় ত্যাগ কৰিলে আছু? আছুৰ সভাপতি দীপাংকৰ নাথে আজি সংগঠনটোৰ পৰা অব্যাহতি লয়৷সম্পূৰ্ণ ব্যক্তিগত কাৰণত অব্যাহতি লোৱা বুলি জনাই সভাপতিগৰাকীয়ে৷ বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি অহা ১৫…

বিশ্বকাপ ফুটবল: একনায়কত্ববাদী চৰকাৰ আৰু ফিফাৰ বিতৰ্কিত ইতিহাস।

নক-আউট পৰ্যায়ত প্ৰৱেশৰ লগে লগে চলিত বিশ্ৱ কাপ ফুটবল প্ৰতিযোগিতাই নতুন গতি লাভ কৰিছে । সমান্তৰালভাৱে আন এখন যুঁজো ক্ৰমশঃ জমি উঠিবলৈ আগবাঢ়িছে । সেইয়া হৈছে সৰ্বাধিক গ’লদাতা হোৱাৰ যুঁজ । এইখন ক্ষেত্ৰত সদ্যহতে আগবাঢ়ি আছে ফ্ৰান্সৰ ফৰৱাৰ্ড কিলিয়ান এমবাপে…

প্ৰধানমন্ত্ৰীয়ে ফোন কৰা কৃপাল পাৰমাৰৰ কি হ’ল ?

কৃপাল পাৰমাৰক মনত আছেনে?কিমান ভোট পালে পাৰমাৰে? কৃপাল পাৰমাৰে হেৰুৱাব আমানতৰ ধন ! ফতেহপুৰতেই বিজেপিৰ লাগিল কেণা !হিমাচল প্ৰদেশৰ ফতেহপুৰ আসনখনক লৈ হৈছে তয়াময়া যুঁজ।এই যুঁজ বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত।ভৱানী সিং পাঠানীয়াই লাভ কৰিছে ১৪ হাজাৰ ভোট, আৰু তেওঁ…

হাত-ঝাড়ু বাদ,পদুমতেই বিশ্বাস

গুজৰাটত শোচনীয় পৰাজয় আপৰ।দলটোৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰেই মুখ থেকেঁচা গুজৰাটত।প্ৰাৰ্থী নিৰ্বাচনত ভুল হ’ল নেকি আপৰ? যাৰ ওপৰত ভৰষা,তেওঁলোকেই খালে মুখথেকেঁচা গাডভী,ইটালীয়াৰ শোচনীয় পৰাজয় গুজৰাটত।সৌ সিদিনালৈকে গুজৰাটত চমৎকাৰ হ’ব বুলি দাবী কৰা আপৰ অৱস্থা আজি দুয়োখন ৰাজ্যতে তথৈবচ।হিমাচল প্ৰদেশত খাটাই খুলিব নোৱাৰিলে…

‘মোৰ মনত ভেদ ভাৱ নাই অ আল্লা…’

শিৱসাগৰ মেটেকাৰ এটি মুছলমান পৰিয়ালে দেখুওৱালে সম্প্ৰীতিৰ নিদৰ্শন।খলিলুৰ ৰহমান হাজৰিকাই শিৱসাগৰ মেটেকা সেউজ নগৰত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ নামঘৰ প্ৰতিষ্ঠাৰ বাবে আগবঢ়ালে ভূমি।শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক হিচাপেও দায়িত্বত থকা জ্যেষ্ঠ সাংবাদিক খলিলুৰ ৰহমান হাজৰিকাই নামঘৰ নিৰ্মাণৰ বাবে ভূমি দান দিয়াত সন্তোষ…