মাহ ডিচেম্বৰ 2022

শিৱসাগৰত ভাৰত ৰত্ন তথা সংবিধান প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰ”আদৰ্শ সন্মান”২০২২ বৰ্ষৰ বিশেষ সন্মান প্ৰদান অনুষ্ঠান

সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত সংবিধান প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰৰ মৃত্যুৰ লগত সংগতি ৰাখি মঙলবাৰে বিশেষ সন্মান প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ কৰ্মশ্ৰী বঁটা প্ৰাপক তথা জিলাৰ অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগক ভাৰতৰত্ন…

পত্নীৰ গহণা দি বনালে দলং

গাঁৱৰ দলঙৰ বাবে বন্ধক দিলে পত্নীৰ গহণা ।এজন ট্ৰাকচালক !নাম তেওঁৰ ৰঞ্জিত নায়ক !ৰঞ্জিত নায়কৰ নাম এতিয়া চৰ্চাৰ শীৰ্ষত৷ৰঞ্জিত নায়কৰ মহানুভৱতাই ভৱাই তুলিব সকলোকে !উৰিষ্যাৰ ৰায়াগড়া জিলাৰ কাশীপুৰ ব্লকৰ গুঞ্জৰমপাঞ্জাৰা গাঁৱৰ বাসিন্দা ৰঞ্জিত৷বিগত নিৰ্বাচনবোৰত ৰাজনৈতিক নেতাই দিছিল গাওঁবাসীক প্ৰতিশ্ৰুতিৰ পাহাৰ।গাঁৱৰ…

আৰক্ষী হ’লগৈ চিকিৎসক !

কনিষ্টবল হ’ল চিকিৎসা শাস্ত্ৰৰ ছাত্ৰী !মধ্য প্ৰদেশত ঘটিল নাভূত নাশ্ৰুত ঘটনা !ৰেগিং বন্ধ কৰাৰ বাবে গ্ৰহণ কৰিলে অভিনৱ পদক্ষেপ।পিন্ধনত বগা কোট,যেন মেডিকেলৰ ছাত্ৰী !ঘটনাটো অসমৰ নহয়,মধ্য প্ৰদেশৰ ইন্দোৰৰ ঘটনা এয়া।দেখাই শুনাই শুৱনি ২৫ বছৰীয়া শ্বালিনী চৌহানে মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত…

কাৰ্বি আংলং চিংগিং চুপাৰষ্টাৰ চিজন-4 ফাইনেলত প্ৰৱেশ গোলাঘাটৰ দীপশিখা ৰাজবংশীৰ

কাৰ্বি আংলং চিংগিং চুপাৰ ষ্টাৰ চিজন-4 চিংগিংগ ৰিয়েলটি শ্ব’ত অগ্ৰগতি গোলাঘাটৰ কন্যা দীপশিখা ৰাজবংশীৰ। ইতিমধ্যে কাৰ্বি আংলং চিংগিং চুপাৰষ্টাৰ চিজন-4 ফাইনেলত প্ৰৱেশ কৰিছে দীপশিখা ৰাজবংশীয়ে। গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি কছাৰীচুক গাঁৱৰ নিবাসী নিৰোদ ৰাজবংশী আৰু ইন্দিৰা সোণোৱালৰ…

‘অতচ্ছে দিন’ত প্ৰায় ২ কোটিয়ে এৰিলে দেশ

চলিত বৰ্ষত প্ৰায় ২কোটি লোকে দেশ ত্যাগ কৰিছে ।ভাৰতত সংস্থাপন নাই সেয়ে দেশ ত্যাগ কৰা লোকৰ লানি লাগিছে।কিন্তু কিয় বৃদ্ধি পাইছে দেশ এৰা ভাৰতীয়ৰ সংখ্যা?দেশ এৰা ভাৰতীয়ৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে দেশত।চলিত বৰ্ষত ১৩৭% বৃদ্ধি পাইছে দেশ এৰা ভাৰতীয়ৰ…

মনে ন্যায় পাবনে?

মনৰ ভুক্তভোগীয়ে ন্যায় নাপায় ! নিৰীহক হত্যা কৰিও কৰি আছে চাকৰি ।চৰকাৰে দিছে তদন্তত বাধা নাগালেণ্ডৰ মন জিলাৰ ঘটনাটো মনত আছেনে?নাগালেণ্ডৰ মন জিলাত সাধাৰণ জনতাৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ এটা বছৰ সম্পূৰ্ণ হ’ল।উক্ত ঘটনাত ১৩জন নিৰীহে প্ৰাণ হেৰুৱাইছিল।কাম কৰি…

অনিল দেশমুখৰ জামিন মঞ্জুৰ

প্ৰাক্তন গৃহমন্ত্ৰী তথা এনচিপিৰ নেতা অনিল দেশমুখক আজি জামিন প্ৰদান কৰে বম্বে উচ্চ ন্যায়ালয়ে।সোমবাৰে জামিন লাভ কৰিছে গৃহমন্ত্ৰী অনিল দেশমুখে।দেশমুখ অৱশ্যে এতিয়াও কাৰাগাৰৰ ভিতৰতে আছে ।চিবিআয়ে দেশমুখৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত কৰিছিল৷বম্বে উচ্চ ন্যায়ালয়ৰ এই জামিনক প্ৰত্যাহ্বান জনাবলৈ আৰু ১০ দিন…

বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ কংগ্ৰেছী

উচতনি দি গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা। মোডীৰ ‘হত্যা’ইহে কৰিব গণতন্ত্ৰ প্ৰতিষ্ঠা।এই অভিযোগ কৰা প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গ্ৰেপ্তাৰ।মধ্য প্ৰদেশৰ কংগ্ৰেছ নেতা ৰাজা পাটেৰিয়াক গ্ৰেপ্তাৰ৷আজি পুৱা গ্ৰেপ্তাৰ কৰে পাটেৰিয়াক।মধ্য প্ৰদেশৰ এই গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ ভাষ্যই লগাইছে তোলপাৰ ।ৰাজা পাটেৰিয়া নামৰ জ্যেষ্ঠ কংগ্ৰেছী…

আইতাক আৰু  দুই হাত ওপৰলৈ তোলা মেছি !

এটা ষ্টীল কাৰখানাৰ মেনেজাৰ জৰ্জে আৰু  এটা চুম্বক নিৰ্মাণ কাৰখানাৰ কৰ্মচাৰী চিলিয়াৰ মোটামুটী সুখী পৰিয়াল । ল’ৰা-ছোৱালী চাৰিটা । সৰু চহৰ ৰোজাৰিওৰ ওচৰ চুবুৰীয়াৰ সমনীয়াক দেখি  জৰ্জেহঁতৰ সন্তানেও ফুটবল খেলিবলৈ লয় । জৰ্জে হ’ল ইটালিয়ান-স্পেনিছ মূলৰ । চিলিয়া ইটালিয়ান ।…

এমবাপে নহয়, পাৰ্থক্যৰ ৰেখা আঁকিলে গ্ৰিজমেনে !

ফৰাচী ফৰৱাৰ্ড কিলিয়ান এমবাপেক ইংলেণ্ডে কেনেকৈ প্ৰতিহত কৰিব, তাক লৈ বেছ আলোচনা হৈছিল । কিয়নো যোৱাবাৰৰ বিজয়ী দলটোৰ তেওঁ আছিল প্ৰধান অস্ত্ৰ । পাঁচটাকৈ গ’ল দি সেই তালিকাত তেৱেঁই শীৰ্ষত আছে । গতিকে স্বাভাৱিকতে তেওঁক লৈ আলোচনা হ’বই । কিন্তু…