মাহ ডিচেম্বৰ 2022

সেৱাৰ দিন গ’ল,খেদাৰ দিন আহিল হাতীক !

নিশা হ’লেই এতিয়া নগাঁৱৰ বিভিন্ন স্থানত আতংকৰ কাৰণ হৈ পৰিছে বন্যহস্তী  বনাঞ্চল এৰি এতিয়া জনাঞ্চলত মুক্ত বিচৰণ কৰিছে শতাধিক বন্যহস্তীয়ে । নিশা কন্দলী পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাক পাৰ হয় ননৈ শ’লমাৰী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ।…

কুম্ভকৰ্ণ নিদ্ৰাত হাইলাকান্দি বন বিভাগ

হাইলাকান্দি বন বিভাগে জব্দ কৰিলে তিনি খন কৈ অবৈধ বালি ভৰ্তি ট্ৰাক।হাইলাকান্দিৰ জিলাৰ ৰতনপুৰৰ পৰা জব্দ কৰিলে এই তিনি খন কৈ অবৈধ বালি ভৰ্তি ট্ৰাক । হাইালাকান্দিত দিনে নিশাই চলি আছে অবৈধ বালিৰ ছিণ্ডিকেট ৷ কিন্তু এই ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ…

চোৰাং বেপাৰীৰ দপদপনি পৰ্বতঝোৰাত

ধুবুৰী জিলাৰ পৰ্বতঝোৰা বনাঞ্চলত চলিছে চোৰাং কাঠ বেপাৰীৰ ৰাজত্ব । ফুল কুমলীয়া শাল গছ কাটি বংগ লৈ সৰবৰাহ কৰে এই চোৰাংবেপাৰীবোৰে৷ বন সুৰক্ষাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বন বিভাগটো ।বনজ সম্পদ আৰু বন্য প্ৰাণী সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে নতুন নতুন…

মই এনডি টিভিৰ পৰা পদত্যাগ কৰিলোঁ..

মই এনডি টিভিৰ পৰা পদত্যাগ কৰিছোঁ। ‘নমস্কাৰ মই ৰবীশ কুমাৰ’ এই কথাষাৰ সেই চেনেলটোত আৰু আপোনালোকে শুনিবলৈ নাপাব।

ডিফুত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা

ডিফু চহৰস্থিত ডিফু ক্লাৱত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চে আৰু কাৰ্যনিৰ্বাহক সদস্য অৰ্ণৱজ্যোতি কাকতিক আদৰণি জনোৱা হয়। সদৌ কাৰ্বি…

মণিপুৰত উজলিল বৰভাগৰ উশ্বু খেলুৱৈ দীপামণি কলিতা

ৰাজ্যলৈ সুনাম কঢ়িয়ালে বৰভাগৰ যুৱতীয়ে।উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত উশ্বু খেলত ৰূপৰ পদকেৰে উজলিল নলবাৰী বৰভাগৰ মৌৰাৰ যুৱতী দীপামণি কলিতা।আৰ্থিক দীনতাত পীড়িত দীপামণিক উৎসাহ যোগাবলৈ সময় নাই স্থানীয় বিধায়ক কিম্বা ক্ৰীড়া বিভাগৰ।টকা সুদত লৈ আগুৱাই নিছে সংগ্ৰাম। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত…