মাহ ডিচেম্বৰ 2022

ভয়ংকৰ সংকটত পাকিস্তান !

ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ পাকিস্তান বৰ্তমান জুৰুলা হৈছে ভয়ংকৰ আৰ্থিক সংকটত।পাকিস্তানৰ অৱস্থা বৰ্তমান ইমানেই ভয়াবহ যে ৰাষ্ট্ৰখনে ইয়াৰ কূটনৈতিক সম্পত্তি বিক্ৰীৰ সিন্ধান্ত লৈছে।পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক উফৰাই শাসনত বহিছিল শ্বাহবাজ শ্বৰীফ।শ্বাহবাজ শ্বৰীফে দেশখনৰ আৰ্থিক সংকট মোকাবিলা কৰিবলৈ আমেৰিকাৰ ৱাশ্বিংটনস্থিত আৰ…

কচুৱাত ওৱাজ মেহফিল আৰু দোৱা মেহফিল

বিশ্ব শান্তিৰ কামনাৰে শনিবাৰে নগাঁও জিলাৰ কচুৱা মধ্য জুৰিৰ পাৰ তাহফিজুল কোৰান হাফিজীয়া মাদ্ৰাছা প্ৰাংগনত আয়োজন কৰা হয় ওৱাজ মেহফিল আৰু দোৱা মেহফিল। এই উপলক্ষে মেহফিলত চাৰিজনকৈ ছাত্রক পবিত্র কোৰান শ্বৰীফ মুখস্থ কৰি হাজিজ হোৱা ছাত্রক ফুলাম গামোচা আৰু মালাৰে…

দ্বিতীয় বৈকুণ্ঠত পৰিণত বিশ্বনাথৰ বিহালীৰ পিতাম্বৰ পীঠ ধাম

বিশ্বনাথ জিলাৰ বিহালীৰ ৰাংছালী গাঁৱৰ ৰাধাকৃষ্ণ প্ৰণামী মন্দিৰ পীতাম্বৰ পীঠ ধামত বিশ্বশান্তিৰ বাবে সপ্তাহ যোৰা কাৰ্যসূচী। ১২৫ শ্ৰীমদ্ ভাগৱত পাঠ ও শ্ৰীমদ্ ভাগৱত কৃষ্ণ কথা,১২৫ শ্ৰী তাৰতম সাগৰ পাঠৰ লগতে বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন।চলিত বৰ্ষত ১২৫ বছৰীয়া গৌৰৱোজ্জ্বল সন্ধিক্ষণত…

বিশ্ব কাপ ফুটবল- পি এছ জিৰ সতীৰ্থ এইবাৰ মুখামুখী যুঁজত

কাটাৰৰ  বিলিয়নাৰৰ মালিকনাধীন পেৰিছ ছেইন্ট জাৰ্মেই,. চমুকৈ পি-এছ-জি । কাটাৰৰ বিলিয়নাৰৰ মালিকনাধীন এই ক্লাবতে একেলগে খেলে ফ্ৰান্সৰ কিলিয়ান এমবাপে, ব্ৰাজিলৰ নেইমাৰ আৰু আৰ্জেন্টিনাৰ লায়নেল মেছিয়ে । বিশ্বৰ শ্ৰেষ্ঠ আক্ৰমণবিভাগ গঢ় লৈ উঠিছে এইটো ক্লাবতে । দুৰন্ত প্ৰদৰ্শনেৰে পি-এছ-জিৰহৈ এই পৰ্যন্ত…

হিলচ্ পিপলচ্ ফ’ৰামৰ সপ্তম প্ৰতিষ্ঠা দিৱস উদযাপন

কাৰ্বি আংলং জিলাৰ ২৫ টা জাতি জনগোষ্ঠীৰ ঐক্যমঞ্চ হিলচ্ পিপলচ্ ফ’ৰামৰ শুকুৰবাৰে সপ্তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় লাংৱুকু পৰ্যটনস্থলীত । হিলচ্ পিপলচ্ ফৰামৰ সভাপতি লাইচান ইংলেঙে পৰিচালনা কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য…

চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ ৰহস্য ফাদিল

বিগত ৪ ছেপ্তেম্বৰত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল দেশৰ এগৰাকী বিশিষ্ট উদ্যোগী চাইৰাছ মিস্ত্ৰীয়ে।টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ লগত সেইদিনা দুৰ্ঘটনাত মৃত্যু হৈছিল তেওঁৰ সহযাত্ৰী জাহাংগীৰ পাণ্ডলেৰ। উক্ত দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা মিস্ত্ৰীৰ গাড়ীখন চলাইছিল এগৰাকী চিকিৎসকে৷মুম্বাইৰ প্ৰতিষ্ঠিত চিকিৎসক…

ওদালগুৰি জিলা উপায়ুক্তক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্মাৰকপত্ৰ প্ৰদান।

ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োলৈ ওদালগুৰি পৌৰসভাই অত্যধিক হাৰত সংগ্ৰহ কৰি থকা পৌৰ সম্পত্তি কৰ আদায় বন্ধ কৰাৰ দাবীত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।ওদালগুৰি…

হাজো-নলবাৰী পথ অৱৰোধ

হাজো-নলবাৰী পথ বহল কৰাৰ দাবীৰে পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজে ।হাজো – নলবাৰী পথৰ বৰকুৰিহাত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাৰ স্থানত পথ অৱৰোধ কৰি স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ।উল্লেখ্য যে নলবাৰীৰ বৰকুৰিহাৰ মাজেৰে যোৱা হাজো নলবাৰী পথত আছে এটি বৃহৎ…

ডিফুবাসীয়ে ঘেৰাও কৰিলে ৰে’লৰ মাণ্ডলিক কাৰ্যালয়

লামডিং ৰেলৱে মাণ্ডলিক কাৰ্যালয় শুকুৰবাৰে ঘেৰাও কৰে ডিফুৰ প্ৰায় পাঁচ শতাধিক ৰাইজে।লামডিং ৰেল বিভাগে ডিফুত উচ্ছেদ অভিযান চলোৱাৰ বাবে জাননী প্ৰেৰণ কৰাক লৈ আজিৰ এই ঘেৰাও কাৰ্য্যসূচী।জানিব পৰা মতে ডিফুৰ ৰেলৱে এলেকাত প্ৰায় ৪০ ৫০বছৰ ধৰি বসবাস কৰা প্ৰায় হাজাৰ…

কিস্তিৰ সলনি ঢালিলে গৰম তেল !

ঋণৰ কিস্তি আনিবলৈ গৈ বিপদত প্ৰবন্ধক ।ঋণৰ কিস্তিৰ সলনি ঢালিলে এক কেৰাহী গৰম তেল ।গুৰুতৰভাৱে আহত প্ৰবন্ধক পালেগৈ হস্পিতাল।ৰাজস্থানৰ ঝুনিঝুনুত বৃহস্পতিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ঋণৰ কিস্তি দিব নোৱাৰি গ্ৰাহকে সংগ্ৰাহকৰ গাত মাৰি দিলে এক কেৰাহী গৰম তেল।ঘটনাটোত গুৰুতৰভাৱে আহত…