প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বক্তব্য:
• ভাৰতবাসীৰ প্রতিজন নাগৰিকৰ প্রতি আমাৰ আহ্বান, স্বনির্ভৰ ভাৰত গঢ়ি তোলক
• চতুর্থ দফাৰ লকডাউন সম্পূৰ্ণ ভিন্ন হব
• কৰোনাভাইৰাচ দীর্ঘদিন আমাৰ মাজত থাকিব
• ২০ লাখ কোটি টাকাৰ আর্থিক প্যাকেজ ঘোষণা, এই পৰিমান জিডিপিৰ প্রায় ১০ শতাংশ
• এই আর্থিক প্যাকেজ দেশৰ দৰিদ্ৰ সাধাৰণ মানুহৰ বাবে