সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ ২৯নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ লৈ আহিব হাজাৰ হাজাৰ কৃষক

শেষ হোৱা নাই কৃষক বিদ্ৰোহ৷২৯নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ লৈ আহিব হাজাৰ হাজাৰ কৃষককৃষকৰ চর্ত,কৃষি আইন বাতিল হলেই নহব৷নূন্যতম সমৰ্থন মূল্যক লৈ চৰকাৰ প্ৰণয়ন কৰিব কৰিব লাগিব আইন৷প্ৰত্যাহাৰ হব লাগিব বিদ্যুৎ সংশোধনী বিধেয়ক।কৃষি আইন প্ৰত্যাহাৰৰ মোডীয় ঘোষণাৰ পাছতো অনমনীয় স্থিতিত থকা প্ৰতিবাদী কৃষকসকলে ২২নৱেম্বৰত লক্ষ্ণৌত মহাপঞ্চায়ত আৰু ২৯ নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ ৰেলীৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

কৃষক সকলে আৰোপ কৰা নতুন চৰ্তত আছে এই আন্দোলনত নিহত হোৱা কৃষকসকলৰ প্ৰসংগও। আন্দোলন কালত নিহত কৃষকৰ পৰিয়ালক দিব লাগিব আৰ্থিক সাহায্য লগতে কৃষক বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ বাবে দাবী জনাইছে প্ৰতিবাদীকৃষক সকলে।

 

 

- Donation -

Leave A Reply

Your email address will not be published.