৭৭৪ হ’ল অসমত এতিয়ালৈকে সৰ্বমুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰে ৬২ গৰাকী এতিয়ালৈকে আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৷ মন্ত্ৰী হিমন্তবিশ্বৰ শেহতীয়া টুইট অনুসৰি একেবাৰে শেহতীয়াকৈ চিনাক্ত হোৱা ৬০ গৰাকীৰ ভিতৰত
*কামৰুপ মেট্ৰোৰ ৪১ জন
*হোজাইৰ ৯ জন
*মৰিগাঁওৰ ৫ জন
*দৰংৰ ৪ জন আৰু কামৰুপ ৰ ১জন ৷
????Alert ~ 60 new cases of #COVID19+ reported.
41 Kamrup Metro, 9 Hojai, 5 Morigaon, 4 Darrang, 1 Kamrup
↗️Total cases 774
↗️Recovered 62
↗️Active cases 705
↗️Deaths 04
↗️Migrated 03Update 6:30 pm / May 27#AssamCovidCount pic.twitter.com/05Orfwuimq
— Himanta Biswa Sarma (@himantabiswa) May 27, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.