সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৩৫ : অসমত আকৌ ১৪ জনৰ দেহত ক’ৰোনা

ভয়ংকৰ হাৰত অসমত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ আকৌ ১৪ জনকৈ লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰে ৭ জন কামৰূপৰ ,২ জন হোজাইৰ ,২ জন বিশ্বনাথৰ ,২ জন নলবাৰীৰ আৰু আনজন নগাৱৰ ৷ অসমত ১৩৫ লৈ বৃদ্ধি পালে ক’ৰোনা আক্ৰান্তৰ সংখ্যা ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.