সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিশ্ব স্বাস্থ্য সংস্থাত নিযুক্তি লাভ ভাৰতৰ স্বাস্থ্যমন্ত্ৰীৰ

- Donation -

দেশৰ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী সমিতিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে। কিছু সময় আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে টুইট যোগে অভিনন্দন জনালে ডাঃ হৰ্ষ বৰ্ধনক।

Leave A Reply

Your email address will not be published.