সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাঢ়িল আৰু দুগৰাকী ৷ মুঠ ১৯১

ৰাজ্যত ক’ৰোণা আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে ৷ এইমাত্ৰ অহা খবৰ অনুসৰি কোকৰাঝাৰৰ কুৱাৰাইণ্টিণ চেণ্টাৰত থকা দুগৰাকী লোক ক’ৰোনাক্ৰান্ত হৈছে ৷ টুইট কৰি খবৰ জনালে মন্ত্ৰী হিমন্তবিশ্বই ৷ ইয়াৰ লগে লগে সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৯১ লৈ বাঢ়িল

Leave A Reply

Your email address will not be published.