সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত নিহত ভাৰতীয়

ভাৰত-নেপালৰ কন্দলৰ সময়তে পুনৰ আন এক দুৰ্ঘটনা সংঘটিত হৈছে সীমান্তৱৰ্তী এলেকাত। বিহাৰৰ ছিটামৰ্হিত নেপালৰ সীমান্ত সুৰক্ষা জোৱানৰ গুলীত এজন ভাৰতীয় লোকৰ মৃত্যু হৈছে আৰু ৩জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে। পুৱা ৮.৪০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। অতি শীঘ্ৰেই দুয়ো দেশৰ সীমান্তৰ কৰ্তপক্ষই এই সন্দৰ্ভত আলোচনাত মিলিত হ’ব।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.