সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নগাঁৱত নিষিদ্ধ জ’মেট’

ৰেষ্টোঁৰাৰ মালিক পক্ষক আভুৱা ভাৰি নগাঁৱত জ’মেট’ই চলাই আছে লুণ্ঠনৰাজ।সেয়ে শুক্ৰবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে নগাঁৱত নিষিদ্ধ কৰা হৈছে জ’মেট’ক।নগাঁৱৰ ৰেষ্টোঁৰা মালিক পক্ষই নিষিদ্ধ কৰিছে জ’মেট’ক।জ’মেট’ৰ বিৰুদ্ধে ৰেষ্টোঁৰা মালিক পক্ষক বঞ্চনাৰ অভিযোগ।জ’মেট’ই নিজ খেয়াল-খুচি মতেই খাদ্য সামগ্ৰীৰ দাম নিৰ্দ্ধাৰণ কৰি ৰেষ্টোঁৰা মালিক পক্ষক লোকচানৰ সন্মুখীন কৰোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ ৰেষ্টোঁৰা মালিক পক্ষই।

Leave A Reply

Your email address will not be published.