সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এজনৰ বৃদ্ধিৰে ৰাজ্যত ক’ৰোনা সংক্ৰমিতৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

ৰাজ্যত পুনৰ বৃদ্ধি পালে কোৰোণা ৰোগীৰ সংখ্যা ৷মন্ত্ৰী হিমন্তবিশ্বই শেহতীয়াকৈ কৰা টুইট অনুসৰি ৰাজ্যত পুনৰ এগৰাকীৰ ক’ৰোনা টেষ্ট পজিটিভ আহিছে ৷ এইগৰাকীৰে সৈতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পালে ৷ আক্ৰান্ত ৰোগীগৰাকী কোকৰাঝাৰ কোৱাৰাইণ্টিণ চেণ্টাৰত আছিল আৰু তেওঁৰ টেষ্ট হৈছিল বৰপেটাত

Leave A Reply

Your email address will not be published.