সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি ১২ মে’: বহু নিৰীহৰ মৃত্যুৰ সাক্ষী

১২ মে’ – একবিংশ শতিকাৰ এটা ক’লা দিন।অনেক নিৰীহৰ মৃত্যুৰ সাক্ষী এই দিনটো। জানি লও আহক এই দিনটোৰ কেইটামান বিশেষ ঘটনা –
১৬৬৬:পুৰন্দৰ সন্ধি অনুসৰি শিৱাজী আৰু ঔৰংজেৱৰ সাক্ষাৎ।

শিৱাজী

২০০২:আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে ফিদেল কাষ্ট্রোৰ লগত বাৰ্তালাপ কৰিবলৈ ৫ দিনীয়া কাৰ্যসূচীৰে কিউবাত উপস্থিত হয়।
ফিদেল কাষ্ট্রো
২০০৮:চীনৰ চিছুৱানত হোৱা ভূমিকম্পত ৮৭ হাজাৰ লোকৰ মৃত্যু। প্ৰায় ৪ লাখ লোক আহত।
চিছুৱানৰ ভূমিকমপ

২০১০: লিবিয়াৰ ট্ৰিপলী বিমানবন্দৰত আফ্ৰিকান এয়াৰৱেজৰ বিমান দুৰ্ঘটনাত পতিত।১০৪ গৰাকী যাত্ৰীৰ ভিতৰত ১০৩ জনৰে মৃত্যু।
২০১৫: নেপালৰ ভূমিকম্পত ২১৮ গৰাকীৰ মৃত্যু।৩,৫০০ লোক আহত।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.