বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যাপৰ্ণ কৰাত পুনৰ বাধা The CrossCurrent Jun 4, 2020 লিকুৱেৰ কিং বিজয় মালিয়াক ভাৰতলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়াই নতুন মোৰ লাভ কৰিছে। এই মাহতে ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল। কিন্তু বৃহস্পতিবাৰে ব্ৰিটেইনৰ উচ্চস্তৰীয় কৰ্তৃপক্ষই কিছু আইনী প্ৰক্ৰিয়া বাকী আছে বুলি জনোৱাৰ পিছত এই মাহত বিজয় মালিয়াৰ…