পুৰণি গাড়ী স্ক্ৰেপ কৰিলে দিব নালাগে নতুন গাড়ীৰ পঞ্জীয়ন মাচুল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মুকলি কৰিছে ৰাষ্ট্ৰীয় অটোমোবাইল স্ক্ৰেপিঙ নীতি ৷গুজৰাটত আয়োজিত বিনিয়োগ সন্মিলনত ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে তেও এই নীতি মুকলি কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, " ব্যৱহাৰ অনুপযোগী বাহনসমূহ বৈজ্ঞানিক…