সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#TSsinghdeu

কংগ্ৰেছত নতুন বিবাদ : মুখ্যমন্ত্ৰীত্বক লৈ কাৰ সংঘাত তুংগত উঠিছে ?

অন্তৰ্কন্দলে খুলি খুলি খাইছে কংগ্ৰেছ দলক ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ আৰু নৱোজিৎ সিঙ সিদ্ধুৰ মাজত বিবাদ নিষ্পত্তিৰ বাবে হাইকামাণ্ডে অশেষ কষ্ট কৰিবলগীয়া হ’ল ৷ সাময়িকভাৱে এই বিবাদ শাম কাটিছে যদিও এইবাৰ চট্টিছগড়ত নতুন বিবাদৰ উকমুকনি…