উত্তৰাখণ্ডত ট্ৰেকিং কৰিবলৈ গৈ মৃত্যুক সাৱটিলে ১১ জনকৈ লোকে
◆ উত্তৰাখণ্ডত সংঘটিত হৈছে এটা শোকাৱহ দুৰ্ঘটনা
◆ ট্ৰেকিং কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ১১ জনকৈ লোকে
◆ উত্তৰ কাশী জিলাৰ পৰা দলটোৱে ১১ অক্টোবৰত আৰম্ভ কৰিছিল যাত্ৰা
◆ বৰফৰ বুকুত দিশ হেৰুৱাই আৱদ্ধ হৈ পৰিছিল ১১ জনকৈ লোক
◆ প্ৰবল হিমবাহৰ ফলত…