মুকলি হ’ল টিম ইণ্ডিয়াৰ নতুন জাৰ্চী
* ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চী মুকলি
* BCCI য়ে মুকলি কৰে ভাৰতীয় ক্ৰিকেট দলৰটোৰ নতুন জাৰ্চী
* জাৰ্চীৰ ডিজাইন পূৰ্বতকৈ কিছু ব্যতিক্ৰমীকৈ মুকলি কৰা দেখা গৈছে
* এই নতুন জাৰ্চীক লৈ এতিয়া ব্যাপক উচ্ছাহ দেশৰ ক্ৰিকেটপ্ৰেমী সকলৰ মাজত