শিক্ষকতাৰ এক অম্লান স্মৃতি
হেমেন দাস
১৯৬১ চন। মই গুৱাহাটীৰ ছাত্রীবাৰীৰ আৰবান বেচিক স্কুলৰ প্ৰধান শিক্ষক আছিলো। এদিন স্কুল ছুটিৰ পাছত বিলপাৰৰ বন্ধু এজনৰ ঘৰলৈ গৈ আছিলো। হঠাৎ এজন ৫/৬ বছৰীয়া ল’ৰাই পিছ ফালৰ পৰা আহি মোৰ ধুতিত খামুছি ধৰি ক’ব ধৰিছিল "হেড মাষ্টৰ ,…