আগন্তুক ৰাজ্যসভা নিৰ্বাচনত পশ্চিম বংগৰ প্ৰাৰ্থী হ’ব অসমৰ সুস্মিতা দেৱ
অহা ৪ অক্টোবৰত ৰাজ্যসভাত খালী হৈ থকা ৬ খন আসনৰ বাবে দেশত নিৰ্বাচন অনুষ্ঠিত হব বুলি ইতিমধ্যেই ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। উল্লেখ্য যে বৰ্তমান অসমৰ এখন, পশ্চিম বংগৰ এখন, মধ্য প্ৰদেশৰ এখন, তামিলনাডুৰ দুখন আৰু মহাৰাষ্ট্ৰৰ এখন আসন খালী হৈ আছে।…