সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

stateholiday

Just in-কাইলৈ চৰকাৰী বন্ধ ঘোষণা

ৰাজ্যিক কেবিনেটতৰ বিশেষ সিদ্ধান্ত।অহা কাইলৈ ঘোষণা কৰা হৈছে ৰাজ্যিক বন্ধ। কৰম পূজাৰ বাবে এই বন্ধৰ ঘোষণা কৰা হৈছে বুলি মত প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।…