সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#saugataroy

সমুখ সমৰত হিমন্ত আৰু মমতাৰ তৃণমূল কংগ্ৰেছ! সলনি হ’ব নেকি অসমৰ ৰাজনৈতিক ভৱিষ্যত?

পশ্চিম বংগত নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ পিছত এইবাৰ ত্ৰিপুৰা কিম্বা অসমত ৰাজনৈতিক জাল পেলাবলৈ সাজু হৈছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ। চৰ্চা চলিছে যে দুই-এদিনৰ ভিতৰতে অসম ভ্ৰমণ কৰিব পাৰে মমতা বেনাৰ্জীয়ে। তাকে লৈ এতিয়া সমুখসমৰত…