হিন্দুৰ বিষয়ে কি কথা লিখি ৰোষত পৰিছে ছলমান খুৰছিদ ?
কিতাপ লিখি হিন্দুত্ববাদীৰ ৰোষত পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰছিদ৷ খুৰছিদে তেওৰ শেহতীয়া গ্ৰন্থ ‘ছানৰাইজ অভাৰ অযোধ্যা : নেচনহুদ ইন আৱাৰটাইমছ’ গ্ৰন্থত বৰ্তমানৰ হিন্দুত্বক বকো হাৰাম আৰু আইছিছৰে তুলনা কৰিছে ৷ গ্ৰন্থখন প্ৰকাশ পোৱাৰ পাছতে…