আফগান সংকট : প্ৰধানমন্ত্ৰীয়ে কি দায়িত্ব দিলে বিদেশ মন্ত্ৰীক ?
আফগানিস্তানৰ শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে বিৰোধী দলসমূহক অৱগত কৰাব কেন্দ্ৰীয় চৰকাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ মন্ত্ৰালয়ক এই দায়িত্ব অৰ্পন কৰিছে ৷ সোমবাৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে কয় যে প্ৰধানমন্ত্ৰীয়ে বিৰোধী নেতাসকলক আফগানিস্তানৰ…