ৰাজ্যত বন্ধ হব ২০০০ খন বিদ্যালয়
বিদ্যালয় একত্ৰিতকৰণৰ বাবেই ৰাজ্যত বন্ধ হোৱাৰ দিশে ২০০০ খন বিদ্যালয়। যি প্ৰক্ৰিয়াৰ অধীনত ৰাজ্যত লোপ পাব দুই হাজাৰ চৰকাৰী বিদ্যালয় আৰু প্ৰায় ১৪ হাজাৰ শিক্ষক কৰ্মচাৰী পদ ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ কৰাৰ পূৰ্বেই এই সন্দৰ্ভত গঠিত কৰা হব আয়োগ…