৭০ লাখ টকীয়া ঘৰত বাস কৰা দেশৰ সবাতোকৈ ধনী ভিক্ষাৰি জনক আপুনি চিনি পাইনে ?
এজন ভিক্ষাৰিৰ মাহিলী আয় কিমান ? দেশৰ এজন বিশেষ ভিক্ষাৰিৰ মাহিলী আয় শুনিলে চকু কপালত উঠিব আপোনাৰ। একোজন চৰকাৰী কৰ্মচাৰীতকৈ বহু বেছি ব্যয়বহুল জীৱন কটাই এইজন ভিক্ষাৰিয়ে। এওঁৰ নাম ভৰত জৈন। তেওঁ মূলতঃ মুম্বাইৰ প্যাৰেল এলেকাত ভিক্ষা খোজে। ভৰতৰ…