কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰীক সংঘাত The CrossCurrent Jan 6, 2022 কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰীক সংঘাত। বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আছিল। ভোট গণনা পাছতেই নিশা MNDP আৰু SNBC হোষ্টেলৰ মাজত সংঘাত। উল্লেখযোগ্য যে, এই নিৰ্বাচনত সাধাৰণ সম্পাদক পদত জয়লাভ কৰিছিল…