সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

rashid khan

আফগানিস্তানত আৱদ্ধ পৰিয়াল : ইংলেণ্ডত ক্ৰিকেটাৰ ৰছিদ খানৰ ধুমুহা

আফগানিস্তানত আৱদ্ধ হৈ আছে ক্ৰিকেটাৰ ৰছিদ খানৰ পৰিয়াল ৷ দেশ এৰি পলাব বিচৰা হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে  কাবুলৰ বিমান – বন্দৰত ৷  দেশৰ কথা ভাবি চিন্তিত হৈ পৰিছে দেশৰ পৰা আঁতৰত  থকা আফগান নাগৰিকসকল ৷ কিন্তু তেনে এক মানসিক ভাৱে প্ৰতিকূল অৱস্থাতো…