তৈলক্ষেত্ৰ,দিহিং-পাটকাইকলৈ গৰজি উঠিল এজেৱাইচিপি The CrossCurrent May 18, 2020 শেহতীয়া ভাৱে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ বহু কেইখন তৈল ক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া আৰু অসম শক্তি বিতৰণ কৰ্পোৰেচন চমুকৈ APDCL ক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ গৰিহণা দি বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী…