ড্ৰাগছ কেচ: তদন্ত সংস্থাৰ কাৰ্যালয়ত উপস্থিত হ’ল অভিনেত্ৰী ৰাকুল প্ৰীত সিং
শুকুৰবাৰে এটা ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) হায়দৰাবাদৰ আঞ্চলিক কাৰ্যালয়ত উপস্থিত হল অভিনেত্ৰী ৰাকুল প্ৰীত সিং। উল্লেখ্য যে বিগত মঙলবাৰে ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত সংস্থাটোৰ বিষয়াসকলৰ সন্মুখত হাজিৰ হ'বলৈ হায়দৰাবাদৰ ইডি…