সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Rajiv Gandhi

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি কিমান সংখ্যক জন্মদিন ?

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি ৭৭ সংখ্যক জন্ম জয়ন্তী ৷ পুৱাই বীৰ ভূমিলৈ গৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰয়াত পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেওৰ লগত লোকসভাৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিৰোধী নেতা উপস্থিত আছিল ৷…

ৰাম মন্দিৰকলৈ বিভক্ত কংগ্ৰেছ- বিপাঙত শীৰ্ষ নেতৃত্ব

কাইলৈ অনুস্থিত হ'ব ৰাম মন্দিৰৰ ভূমিপূজন। বিজেপি আৰু সংঘ পৰিয়ালে তেওঁলোকৰ এই ৰাজনৈতিক সাফল্যক লৈ ব্যস্ত হৈ পৰাৰ সময়তে বিৰোধী কংগ্ৰেছ যেন কিংকৰ্তব্যবিমূঢ়। সমৰ্থনে কৰিব নে বিৰোধিতা কৰিব? এই প্ৰশ্নকলৈ এতিয়া বিভক্ত কংগ্ৰেছ দল। কিছুদিন পূৰ্বে…