ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য- কোন জিলাত কিমান মূল্য সবিশেষ
⚫ তেলৰ মূল্যই জ্বলা-কলা খুৱাইছে জনসাধাৰণক
⚫ ৰাজ্যত আজি পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য
⚫ আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ'লত ২৫ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৩২ পইচা পৰ্যন্ত বৃদ্ধি পায়
⚫ গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ…